VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ ৰিহাবাৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ অগ্নিকাণ্ড

২ শিশুসহ ৭জন অগ্নিদগ্ধ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 23, 2022
in মুখ্য সংবাদ
গুৱাহাটীৰ ৰিহাবাৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ অগ্নিকাণ্ড
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলৰ বিলপাৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এক ভয়াবহ  অগ্নিকাণ্ড সংঘটিত হয়  । ভয়াবহ অগ্নিকাণ্ডটোত দুই  শিশুসহ প্ৰায় সাতজন লোক অগ্নিদগ্ধ হয়।

গুৱাহাটীৰ ৰিহাবাৰী এলেকাৰ বিলপাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডটো চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত  সংঘটিত হয় বুলি জানিব পৰা হৈছে । উক্ত ঘটনাৰ খবৰ পোৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয়। প্ৰতিবেদন অনুসৰি এতিয়াও অব্যাহত  আছে উদ্ধাৰ অভিযান ।

দুৰ্ঘটনাটোত আহত লোকসকলক ইতিমধ্যে গুৱাহাটী  চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা  হৈছে ৷  অগ্নিদগ্ধ হোৱা লোককেইজনক ক্ৰমে  সোমা দাস (৫৩), শংকৰ মল্লিক (৫৬), মুকুল মনি দাস (৫৪), সঞ্জয় কাৰ (৪৬), মনজিৎ কৰ (১০), অমৰজিৎ দাস (১৫) আৰু সঞ্জয় মালাকাৰ (৪৩) বুলি চিনাক্ত কৰা হৈছে।

জিএমচিএইচৰ চিকিৎসকসকলে জনাইছে যে অগ্নিকাণ্ডটোত   মনজিৎ কৰ নামৰ ১০ বছৰীয়া শিশুটি  ৬৫-৭০ শতাংশ অগ্নিদগ্ধ হৈছে  আৰু প্ৰায়  ৭০-৭৫ শতাংশ অগ্নিদগ্ধ হৈছে অমৰজিৎ দাস নামৰ ১৫ বছৰীয়া কিশোৰজন ।

শোকাবহ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে ৷ দুই শিশু সহ অগ্নিদগ্ধ লোক কেইজনৰ দ্ৰুতআৰোগ্য কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ৷

Previous Post

‘ভাবিজী ঘৰ পাৰ হে’ৰ অভিনেতা দীপেশ ভানৰ আকস্মিক বিয়োগ

Next Post

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা  কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7