VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰিমেজিনিং দ্য ব্ৰিটিছ মিউজিয়াম’ প্ৰকল্পৰ বাবে অসম সন্তান পংকজ প্ৰতীম বৰদলৈক ব্ৰিটিছ মিউজিয়ামলৈ আমন্ত্ৰণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 4, 2023
in মুখ্য সংবাদ
ৰিমেজিনিং দ্য ব্ৰিটিছ মিউজিয়াম’ প্ৰকল্পৰ বাবে  অসম সন্তান পংকজ প্ৰতীম বৰদলৈক  ব্ৰিটিছ মিউজিয়ামলৈ আমন্ত্ৰণ
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে সংগ্ৰহালয়, ঐতিহ্য আৰু সংৰক্ষনৰ ক্ষেত্ৰখনৰ প্ৰতি ব্যাপক সচেতনতা আৰু গুৰুত্ব বৃদ্ধিৰ সময়তে, এই ক্ষেত্ৰত নীৰৱে কাম কৰি থকা এজন অসম সন্তানে অসমবাসীৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে।

বৰ্তমান সময়ত সংগ্ৰহালয় সমূহে নিজৰ কলাকৃতি সমূহৰ নৱ বিশ্লেষণ আৰু প্ৰদৰ্শনৰ দিশত বিশেষ গুৰুত্ব দিছে। ভৱিষ্যতে সংগ্ৰহালয় সমূহে কেনেধৰণৰে দৰ্শকৰ লগত সমন্বয় স্হাপন কৰিব আদি দিশ সমূহক লৈও চিন্তা চৰ্চা কৰা হৈছে।

বিশ্বৰ প্ৰখ্যাত সংগ্ৰহালয় ব্ৰিটিছ মিউজিয়ামে ইতিমধ্যে এই দিশত এক বাটকটীয়াৰ ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতমুখী কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে। ‘ৰিইমেজিনিং দ্য ব্ৰিটিছ মিউজিয়াম’ (আৰ বি এম) অৰ্থাৎ ‘ ‘ব্ৰিটিছ সংগ্ৰহালয়ৰ পুনৰ গঠন’ শীৰ্ষক এক প্ৰকল্পৰ জৰিয়তে সংগ্ৰহালয়টোৰ সৰ্বাত্মক উন্নতিৰ বাবে অনাগত ৪০ বছৰত এই সংগ্ৰহালয়ে পৰ্যায়ক্ৰমে গ্ৰহণ কৰিব লগা বিভিন্ন দিশৰ কাৰ্যসূচীৰ সন্দৰ্ভত আচঁনি গ্ৰহন কৰিছে।
এই আঁচনিৰ অংশ স্বৰূপে ব্ৰিটিচ মিউজিয়ামে বিশ্বৰ উদ্যমী সংগ্ৰহালয় বিশেষজ্ঞৰ এটা আন্তঃৰাষ্ট্ৰীয় কৰ্মগোট গঠন কৰিছে। এই কৰ্মগোটে সংগ্ৰহালয়টোৰ পুনৰ গঠনৰ বিভিন্ন দিশত অহা দুবছৰ ধৰি পৰামৰ্শ আগবঢ়াব। এই কৰ্মগোটৰ দ্বাৰা আগবঢ়োৱা পৰামৰ্শ আৰু আঁচনিৰ প্ৰতিবেদনৰ ভিত্তিতে ব্ৰিটিছ সংগ্ৰহালয়ৰ ভৱিষ্যত কৰ্মসূচী নিৰ্ণয় কৰা হ’ব।

এই সন্মানীয় আন্তৰাষ্ট্ৰীয় কৰ্মগোটৰ সন্মানীয় সদস্য হিচাপে ব্ৰিটিচ মিউজিয়ামে ভাৰতৰ পৰা নিমন্ত্ৰণ কৰা একমাত্ৰ সংগ্ৰহালয় বিশেষজ্ঞ হৈছে , দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ কলা আৰু সংগ্ৰহালয় বিভাগৰ উপ সঞ্চালক পঙ্কজ প্ৰতিম বৰদলৈ। অসমৰ যোৰহাটৰ সন্তান শ্ৰী বৰদলৈয়ে ইতিমধ্যে দেশৰ কলা আৰু সংগ্ৰহালয় ক্ষেত্ৰত নিজৰ এক চিনাকী সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষণা প্ৰবন্ধ বহুবোৰ আগশাৰীৰ গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে। শ্ৰী বৰদলৈ অসমৰ কেইবাখনো দৈনিক কাকত আৰু আলোচনীৰ নিয়মীয়া লেখক। নন ফিকশ্যনৰ লগতে বৰদলৈৰ গল্প আৰু কবিতাটো সমানে দখল আছে। সুলেখক শ্ৰী বৰদলৈৰ প্ৰৱন্ধ সংকলন ” অনুপ্ৰেক্ষণ’ এই বছৰ পঢ়ুৱৈৰ দ্বাৰা বহুল সমাদৃত গ্ৰন্থ। ইয়াৰ পূৰ্বেও শ্ৰী বৰদলৈ বিশ্বৰ কেইবাটাও আগশাৰীৰ সংগ্ৰহালয়ৰ লগত বিভিন্ন প্ৰকল্প, কৰ্মশালা আদিৰ বাবে জড়িত হৈছিল। শ্ৰী বৰদলৈয়ে ইতিমধ্যে ব্ৰিটিচ মিউজিয়ামে আয়োজন কৰা এক সপ্তাহজোৰা চিন্তন কৰ্মশালাত ভাগ ল’বৰ বাবে লণ্ডনলৈ ৰাওনা হৈছে।

Previous Post

নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

Next Post

মায়ং মহাবিদ্যালয়ত জি-২০ শীৰ্ষক যুৱ সংসদ

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
মায়ং মহাবিদ্যালয়ত জি-২০ শীৰ্ষক যুৱ সংসদ

মায়ং মহাবিদ্যালয়ত জি-২০ শীৰ্ষক যুৱ সংসদ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7