VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

অৱশেষত গুগল অনুবাদত সংযোজিত হ’ল অসমীয়া ভাষা

গুগল অনুবাদত সংযোজন কৰা হ'ল ২৪ টা নতুন ভাষা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 12, 2022
in মুখ্য সংবাদ
অৱশেষত গুগল অনুবাদত সংযোজিত  হ’ল অসমীয়া ভাষা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিশা গুগলে ঘোষণা কৰে যে  মিজো আৰু মেইটেইলনকে ধৰি আন সাতটা ভাৰতীয় ভাষাৰ সৈতে অৱশেষত গুগল অনুবাদত সংযোগ কৰা  হৈছে অসমীয়া ভাষাক ।

গুগলৰ বিষয়াসকলে জানিবলৈ দিয়া মতে  শেহতীয়া আপডেটত তেওঁলোকে গুগল অনুবাদত ২৪ টা নতুন ভাষাৰ সংযোজন কৰিছিল ৷ গুগল অনুবাদত যুক্ত কৰাৰ বাবে ব্যৱহাৰকাৰী সকলে  আটাইতকৈ বেছিকৈ অনুৰোধ কৰা ভাষাটো আছিল সংস্কৃত  ।

গুগলৰ বিষয়াসকলে এইটোও কৈছিল যে শেহতীয়া আপডেটত উত্তৰ-পূব ভাৰতৰ প্ৰথম ভাষাসমূহক গুগল অনুবাদত সংযোগ কৰা হৈছে।

গুগল অনুবাদত সংযোজন কৰা  ২৪ টা নতুন ভাষাৰ ভিতৰত  নতুনকৈ যোগ কৰা আঠটা ভাষা হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডোগৰী, কোঙ্কণী, মৈথিলী, মিজো আৰু মেইটেইলন (মণিপুৰী)।

Previous Post

বাৰাণসীৰ মছজিদ চৌহদত থকা মন্দিৰত পূজা- অর্চনাৰ অনুমতি বিচাৰি আৱেদন, জৰীপৰ নির্দেশ আদালতৰ

Next Post

তাজমহল কোনে নির্মাণ কৰিছিল, তাৰ সিদ্ধান্ত ল’বলৈ আমি আছো নেকি – কাক ক’লে ন্যায়ালয়ে !

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
তাজমহল কোনে নির্মাণ কৰিছিল, তাৰ সিদ্ধান্ত ল’বলৈ আমি আছো নেকি – কাক ক’লে ন্যায়ালয়ে !

তাজমহল কোনে নির্মাণ কৰিছিল, তাৰ সিদ্ধান্ত ল’বলৈ আমি আছো নেকি – কাক ক'লে ন্যায়ালয়ে !

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7