VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিদগ্ধ হৈ নিহত ৭ জন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 7, 2022
in মুখ্য সংবাদ
মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী সূত্ৰৰ পৰা  জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা ইন্দোৰৰ স্বৰ্ণ বাগ কলনিৰ এটা দুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় যাৰ  ফলত ৭ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

আৰক্ষী আয়ুক্ত হৰিনাৰায়ণ চাৰি মিশ্ৰই কয় যে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা দুমহলীয়া আৱাসিক ভৱনত শনিবাৰে পুৱা এক  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত কমেও সাতজন লোকৰ মৃত্যু হয়, আনহাতে নজনক উদ্ধাৰ কৰা হয়।

ঘটনাস্থলীত উপস্থিত থকা অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মীসকলে কৈছিল যে অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ  সূত্ৰপাত ঘটে ৷  এই ভয়ংকৰ জুই নিয়ন্ত্ৰণলৈ আনিবল! অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মীসকলক প্ৰায়  ৩ ঘণ্টা সময় লাগিছিল।

উক্ত অগ্নিকাণ্ডত নিহত হোৱা  সকলক গভীৰ  সমবেদনা জ্ঞাপন কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ।মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে কয়, “মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁ বিদেহ আত্মাক তেওঁৰ চৰণত স্থান দিয়ক আৰু পৰিয়ালৰ সদস্যসকলক এই গভীৰ দুখ বহন কৰিবলৈ আৰু আহতসকলক দ্ৰুত আৰোগ্য প্ৰদান কৰিবলৈ শক্তি দিয়ক।”

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

অসম বিশ্ববিদ্যালয়ত উজ্জ্বলিল চাহ বাগিচাৰ মেধাৱী ছাত্ৰী লুহিতা

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
অসম বিশ্ববিদ্যালয়ত উজ্জ্বলিল চাহ বাগিচাৰ মেধাৱী ছাত্ৰী লুহিতা

অসম বিশ্ববিদ্যালয়ত উজ্জ্বলিল চাহ বাগিচাৰ মেধাৱী ছাত্ৰী লুহিতা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7