VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লীত পুনৰ লোমহর্ষক হত্যাকাণ্ড, এইবাৰ ড্ৰাগছ আসক্তই হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নী-আইতাকক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 23, 2022
in মুখ্য সংবাদ
দিল্লীত পুনৰ লোমহর্ষক হত্যাকাণ্ড, এইবাৰ ড্ৰাগছ আসক্তই হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নী-আইতাকক
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

দিল্লীত শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতী গৰাকীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক লোমর্ষক হত্যাকাণ্ডই জোকাঁৰি গৈছে ৰাজধানী চহৰখন ৷ এজন ড্ৰাগছ আসক্তই পিতৃ-মাতৃসহ পৰিয়ালৰ সকলো সদস্যক  চোকা অস্ত্ৰৰে হানি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি নিচামুক্তি কেন্দ্ৰৰ পৰা  উভতি অহাৰ কিছুদিন পিছতে এজন ড্ৰাগছ আসক্তই নিজৰ সমগ্ৰ পৰিয়ালটোক হত্যা কৰে ৷ ২৫ বছৰীয়া কেশৱে প্ৰথমে কাজিয়াত লিপ্ত হয়  আৰু পাছত  পিতৃ-মাতৃ, ভগ্নী, আইতাকক ছুৰীৰে আঘাত কৰি হত্যা কৰে বুলি আজি আৰক্ষীয়ে জানিবলৈ দিয়ে।

যোৱা নিশা দক্ষিণ-পশ্চিম দিল্লীৰ পালমস্থিত তেওঁলোকৰ ঘৰত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কেশৱক গ্ৰেপ্তাৰ কৰা হয় ৷  কেশৱৰ আইতাক দীৱানা দেৱী (৭৫), পিতৃ দীনেশ (৫০), মাতৃ দৰ্শনা আৰু ভগ্নী উৰ্বশী (১৮)ৰ ৰক্তাক্ত মৃতদেহ  পৃথক পৃথক কোঠাত উদ্ধাৰ কৰে।বাথৰুমত তেওঁৰ পিতৃ-মাতৃৰ মৃতদেহ আৰু আন  এটা কোঠাত ভনীয়েক আৰু আইতাকৰ মৃতদেহ উদ্ধাৰ হয়।

কেশৱে এমাহ পূৰ্বে গুৰগাঁৱৰ চাকৰি এৰি দিপাৱলীৰ পৰাই কর্মসংস্থাপনহীন  হৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত তেওঁ ড্ৰাগছ সেৱন কৰিছিল বুলি জানিব পৰা গৈছে । নিশা ১০.৩০ মান বজাত ঘৰৰ পৰা চিঞৰ বাখৰৰ শব্দ ভাহি অহাত  একেটা অট্টালিকাৰ ওচৰ-চুবুৰীয়া আৰু আত্মীয়ক সতৰ্ক কৰি দিয়ে।  লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ৷  কেশৱে হত্যাকাণ্ডৰ পাছত পলায়নৰ পৰিকল্পনা কৰিছিল যদিও আত্মীয়ই তেওঁক আৰক্ষীক গতাই দিয়ে।

 

 

 

 

Previous Post

টি এন ছেছানৰ দৰে মুখ্য নির্বাচনী আয়ুক্ত এবাৰহে পাও, বাস্তৱ পৰিস্থিতি উদ্বেগজনকঃ নির্বাচনী আয়োগক লৈ কি কি মন্তব্য উচ্চতম ন্যায়ালয়ৰ ?

Next Post

কমি আহিছে কম্পিউটাৰৰ চাহিদা, ২০২৫ চনৰ ভিতৰত এইচ পিয়ে কর্তন কৰিব ৬ হাজাৰ চাকৰি

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
কমি আহিছে কম্পিউটাৰৰ চাহিদা,  ২০২৫ চনৰ ভিতৰত এইচ পিয়ে কর্তন কৰিব   ৬ হাজাৰ চাকৰি

কমি আহিছে কম্পিউটাৰৰ চাহিদা, ২০২৫ চনৰ ভিতৰত এইচ পিয়ে কর্তন কৰিব ৬ হাজাৰ চাকৰি

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7