VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 1, 2023
in মুখ্য সংবাদ
বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

কাউন্সিল অফ টিচাৰ চায়েণ্টিষ্ট আৰু ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা আয়োজিত “ৰামানুজন অমৃত ভাৰত গণিত যাত্ৰা” ২০২১ চনৰ ২ অক্টোবৰ পৰা অনুষ্ঠিত হৈছিল। অসমকে ধৰি ভাৰতৰ ২৫ খন ৰাজ্যৰ ৭৫ খন বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষটো ছাত্ৰ ছাত্ৰী সকলৰ মাজত মনোগ্ৰাহী কৰি তোলাৰ উদ্দেশ্যেৰে কৰ্মশালা আৰু অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হৈছিল। এই যাত্ৰা “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” হয়। অসমত এই যাত্ৰা সুকলমে পৰিচালিত কৰাৰ বাবে নেচনেল কাউন্সিল অফ টিচাৰ চায়েণ্টিষ্ট, ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ অধ্যক্ষ তথা আন্ত: ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞ ড. চন্দ্ৰমোলী যোশীয়ে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান কৰে।

Previous Post

গুৱাহাটীত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Next Post

জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগহত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ Megha2 নামৰ এখন পূৰ্ণ দৈৰ্ঘ কথা ছবিৰ প্ৰেমিউৰ শ্বো

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগহত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ Megha2 নামৰ এখন পূৰ্ণ দৈৰ্ঘ কথা ছবিৰ প্ৰেমিউৰ শ্বো

জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগহত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ Megha2 নামৰ এখন পূৰ্ণ দৈৰ্ঘ কথা ছবিৰ প্ৰেমিউৰ শ্বো

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7