VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তেজৰ শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে কেচাঁ পিয়াজে ? নতুন গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 10, 2023
in মুখ্য সংবাদ
তেজৰ শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে কেচাঁ পিয়াজে ? নতুন গৱেষণাত পোহৰলৈ আহিছে এই তথ্য
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

ৰক্তচাপৰ দৰে ডায়েবেটিছও এতিয়া প্ৰায় প্ৰতিটো পৰিয়ালতে দেখা যায় । দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা কম নহয়। শাৰীৰিক ব্যায়ামৰ অভাৱ, অনিয়মিত জীৱনশৈলীৰ বাবে ডায়েবেটিছে গোপনে শৰীৰত বাহ লয় ৷  তেজত শর্কৰাৰ পৰিমাণ বাঢ়িছে, অৰ্থাৎ খোৱা-বোৱা অনিয়ন্ত্ৰিত হৈছে । ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ কেইবাটাও নিয়ম মানি চলাটো জৰুৰী। তেজৰ শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ  গ্ৰহণ কৰা হয়। কিন্তু বহুতে হয়তো নাজানে, কেঁচা পিঁয়াজ ডায়েবেটিছ নিয়ন্ত্ৰণত এক ফলপ্ৰসূ আহিলা হ’ব পাৰে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনত প্ৰকাশিত এক তথ্য অনুসৰি টাইপ ২ ডায়েবেটিছ ৰোগীয়ে যদি একেৰাহে ৪ সপ্তাহ খাদ্যৰ সৈতে কেঁচা পিঁয়াজ খাব পাৰে তেন্তে তেজত উপবাসে থকা শর্কৰাৰ মাত্ৰা হ্ৰাস কৰা সম্ভৱ। আন এক গৱেষণাৰ মতে কেঁচা পিয়াঁজ নিয়মীয়াকৈ সেৱন কৰিলে একাংশ লোকৰ টাইপ ১ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

 

ডায়েবেটিছ নিয়ন্ত্ৰণত পিঁয়াজে কেনেদৰে সহায় কৰে?

 

১) পিঁয়াজত প্ৰচুৰ পৰিমাণে আঁহ থাকে। তেজৰ শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত পিঁয়াজ অতি ফলপ্ৰসূ। ডায়েবেটিছ হ্ৰাস কৰাৰ উপৰিও পিঁয়াজত থকা এন্টিঅক্সিডেণ্টে কলেষ্টেৰল নিয়ন্ত্ৰণতো সহায় কৰে।

 

২) পিঁয়াজত শর্কৰাৰ পৰিমাণ কম। ফলত ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে সহজে পিঁয়াজ খাব পাৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য নাখাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। পিঁয়াজতো কাৰ্বহাইড্ৰেট একেবাৰেই নাথাকে।

 

৩)যিবোৰ খাদ্যৰ গ্লাইচেমিক ইনডেক্স (GI) বেছি, মধুমেহ ৰোগ হ’লে খাব নালাগে। পিঁয়াজৰ গ্লাইচেমিক সূচকাংক অতি কম। ফলত তেজত চেনিৰ মাত্ৰা বেছি হ’লেও পিঁয়াজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

 

ইয়াৰ উপৰিও পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু ই হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হয়। বিভিন্ন গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ। কেৱল সেয়াই নহয়, ৮ সপ্তাহলৈ দৈনিক ১০০ গ্ৰাম পিঁয়াজ খালে ঔষধ অবিহনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলি কোৱা হয়।

 

Previous Post

অস্ত্ৰোপচাৰ সফল, কে এল ৰাহুলে খেলিব পাৰিব এদিনীয়া বিশ্বকাপত ?

Next Post

কেঁচুৱাৰ নতুন দাঁত গজিছে নেকি ? অস্বস্তি নিয়ন্ত্ৰণ কৰি দাঁতৰ যত্ন ল’বলৈ কি কৰিব লাগে?

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
কেঁচুৱাৰ নতুন দাঁত গজিছে নেকি ? অস্বস্তি নিয়ন্ত্ৰণ কৰি দাঁতৰ যত্ন ল’বলৈ কি কৰিব লাগে?

কেঁচুৱাৰ নতুন দাঁত গজিছে নেকি ? অস্বস্তি নিয়ন্ত্ৰণ কৰি দাঁতৰ যত্ন ল’বলৈ কি কৰিব লাগে?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7