VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিনিদিন ধৰি প্ৰস্ৰাৱ খাই জীৱন ৰক্ষা , ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত ২৪ হাজাৰ লোকৰ মৃত্যু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 11, 2023
in মুখ্য সংবাদ
তিনিদিন ধৰি প্ৰস্ৰাৱ খাই  জীৱন ৰক্ষা , ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত ২৪ হাজাৰ লোকৰ মৃত্যু
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

তুৰস্ক আৰু ছিৰিয়াত মৃতকৰ সংখ্যা হ্ৰাস পোৱাৰ কোনো ইংগিত পোৱা নাই। ভূমিকম্পত বিধ্বস্ত তুৰস্কত উদ্ধাৰ অভিযান অব্যাহত আছে ৷ সেই দেশৰ সেনাবাহিনীৰ মতে, মূলতঃ ক্ষতিগ্ৰস্ত চহৰৰ ধ্বংসাৱশেষত শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সোমবাৰে পুৱা প্ৰথমটো ভূমিকম্পৰ পিছত শনিবাৰে পুৱালৈকে তুৰস্ক আৰু ছিৰিয়াত কমেও ২৪ হাজাৰ লোকৰ মৃত্যু হৈছে। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

 

ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী দলে তুৰস্ক সেনাৰ সৈতে হাত মিলাই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। মূলতঃ ভাৰতীয় দলৰ প্ৰচেষ্টাত শুকুৰবাৰে নিশা এগৰাকী ৮ বছৰীয়া কিশোৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। বৰফ আৰু অত্যন্ত ঠাণ্ডাৰ বাবে উদ্ধাৰ অভিযান বাৰে বাৰে ব্যাঘাত হৈছে । দুয়োখন দেশৰ কমেও ৮ লাখ ৭০ হাজাৰ লোকলৈ সাহায্য প্ৰেৰণ কৰিব লাগিব। কেৱল ছিৰিয়াতে প্ৰায় ৫ লাখ লোকে ঘৰ-দুৱাৰ হেৰুৱাইছে।

তুৰস্কৰ বিভিন্ন চহৰৰ হোটেল মালিকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ হাটাইলৈ গৰম খাদ্য প্ৰেৰণ কৰিছে ৷  তাত তেওঁলোকে অস্থায়ী শিবিৰ সাজি বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰিছে ৷ শুকুৰবাৰে জীৱিত অৱস্থাত উদ্ধাৰ হোৱা এজনে কয় যে তেওঁ ৩ দিন নিজৰ প্ৰস্ৰাৱ খাই জীয়াই আছে । আন এজন ব্যক্তিয়ে কয় যে তেওঁ ধ্বংসাৱশেষৰ ভিতৰত পৰি আছিল আৰু উদ্ধাৰকাৰী দলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গীত গাইছিল।

Previous Post

আপোনাৰ পচন্দ বাতৰি কি ? বৰ্তমান যেন নিউজ নহয় ভিউজহে; কিন্তু কিয় এনে হ’বলৈ পাইছে

Next Post

দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7