VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান সঞ্চালক প্ৰধান ড০ জিন বালিৰ অসমৰ কৃষকৰ আয় বৃদ্ধি আৰু ধানৰ ৰপ্তানী বৃদ্ধিৰ লক্ষ্যৰে বৈঠক অনুষ্ঠিত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 24, 2023
in মুখ্য সংবাদ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান সঞ্চালক প্ৰধান ড০ জিন বালিৰ অসমৰ কৃষকৰ আয় বৃদ্ধি আৰু ধানৰ ৰপ্তানী বৃদ্ধিৰ লক্ষ্যৰে বৈঠক অনুষ্ঠিত
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

অসমৰ ধান উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড. জিন বালিৰ নেতৃত্বত এটি কৃষি বিজ্ঞানীৰ দলে যোৱা ২৪ এপ্ৰিল ২০২৩ তাৰিখে এক বৈঠকত মিলিত হয়। এই বৈঠকে অসমৰ কৃষিখণ্ডৰ ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত এক সুকীয়া মাত্ৰ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

বৈঠকত ৰাজ্যখনত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষি যান্ত্ৰিকীকৰণ, চাপ সহনশীল ধানৰ জাতৰ সুচনা কৰা, বীজ বিতৰণ ব্যৱস্থা শক্তিশালী কৰা, কম আৰু মধ্যমীয়া কৃষি কালৰ ধানৰ জাতৰ প্ৰচলন কৰা, মূল্য সংযোজিত জাতৰ ধানৰ প্ৰচলনেৰে ধানৰ ৰপ্তানী বৃদ্ধি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি আৰু কৃষকৰ সক্ষমতা বৃদ্ধিৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হয় । মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে অসম কৃষি বাণিজ্যকৰণ আৰু ৰূপান্তৰণ প্ৰকল্পৰ অধীনত বিভিন্ন আচঁনিৰ সফল ৰূপায়নৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ অসমৰ ধান উৎপাদনৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধতা দুৰীকৰণ কৰি ধানৰ উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে । বৈঠকত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড. জিন বালিয়ে কয়,‘ ৰাজ্য খনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সহযোগীতা আৰু ঐক্যবদ্ধতাৰে কাম কৰাৰ প্ৰয়োজনীয়তা আছে । বিশ্বৰ খাদ্য সুৰক্ষাৰ বাবে বিজ্ঞান ভিত্তিক নতুন প্ৰযুক্তিৰে কাম কৰিবলৈ আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান দৃঢ় পৰিকৰ । তেনে কিছুমান প্ৰযুক্তি হ’ল চাপ সহনশীল ধানৰ জাতৰ সুচনা কৰা, যান্ত্ৰিকীকৰণ অধিক কৰা,কম কৃষিকালৰ গুণগত মানৰ ধানৰ জাতৰ ব্যৱহাৰ বৃদ্ধি কৰা আদি।’

উল্লেখযোগ্যযে আই আৰ আৰ আই আৰু অসম চৰকাৰৰ মাজত বিশ্ব বেংকৰ অনুদানপ্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ জৰিয়তে ধানৰ উৎপাদন বৃদ্ধিৰ বাবে ২০১৮ চনত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অংশ হিচাবে আই আৰ আৰ আইয়ে অসমত কৃষি যান্ত্ৰিকীকৰণ, চাপ সহনশীল ধানৰ জাতৰ সুচনা কৰাৰ লগতে জনপ্ৰিয়কৰণ, বিভিন্ন ডিজিটেল সামগ্ৰীৰ কৃষিখণ্ডত ব্যৱহাৰ আদি প্ৰযুক্তিৰে অসমৰ পথাৰত আধুনিক প্ৰযুক্তিসমূহৰ বহুল প্ৰয়োগ কৰিছে। এই চুক্তিৰ আধাৰিত বিভিন্ন আচঁনিৰ সফল ৰূপায়নৰ পিছত আই আৰ আৰ আই আৰু অসম চৰকাৰৰ মাজৰ চুক্তি ২০০৪ চনলৈ সম্পসাৰিত হয়।

বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্যসচিব আৰু কৃষি উৎপাদন আয়ুক্ত ড০ আশীস ভুটানী, আই, এ এছ উপস্থিত থাকি ৰাজ্যত নতুন আৰু গুণগত মানৰ ধানৰ জাতৰ সুচনা কৰা আৰু ধান ক্ৰয়ৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰতিবন্ধকতা সমূহ দূৰীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । এৰিয়াছ চোচাইটিৰ আচঁনি সঞ্চালক শ্ৰীআকাশ দ্বীপো বৈঠকত উপস্থিত থাকে ।

আই আৰ আৰ আই দলটোত সঞ্চালক প্ৰধানৰ লগতে চিফ অফ ষ্টাফ আৰু পৰ্টফলিঅ’ উন্নয়ন আৰু ব্যৱস্থাপনা বিভাগৰ মুৰব্বী এ জে পনচিন, দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ জ্যেষ্ঠ উপদেষ্টা ড০ উমা শংকৰ সিং আৰু আই আৰ আৰ আইৰ দক্ষিণ এছিয়াৰ আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড০ সুধাংশু সিং উপস্থিত থাকে ।

Previous Post

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

Next Post

চছল যুৱক সংঘৰ ৩৮তম বাৰ্ষিক বৃহত্তৰ চছল ব’হাগী উৎসৱ সফল সামৰণি

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
চছল যুৱক সংঘৰ ৩৮তম বাৰ্ষিক বৃহত্তৰ চছল ব’হাগী উৎসৱ সফল সামৰণি

চছল যুৱক সংঘৰ ৩৮তম বাৰ্ষিক বৃহত্তৰ চছল ব'হাগী উৎসৱ সফল সামৰণি

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7