VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হোমৱর্ক নকৰাৰ বাবেই হাত ভৰি বান্ধি প্ৰচণ্ড ৰ’দত চাঁদত থাকিবলৈ বাধ্য কৰিলে শিশুক ,ক’ত ঘটিল এই ঘটনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 9, 2022
in মুখ্য সংবাদ
হোমৱর্ক নকৰাৰ বাবেই হাত ভৰি বান্ধি প্ৰচণ্ড ৰ’দত চাঁদত থাকিবলৈ বাধ্য কৰিলে শিশুক ,ক’ত ঘটিল এই ঘটনা
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

হোমৱর্ক নকৰাৰ বাবেই এটি কণমানি শিশুক প্ৰচণ্ড ৰ’দত ঘৰৰ চাঁদত হাত ভৰি  ৰঁচীৰে বান্ধি ৰখা কার্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে দিল্লীত ৷ শিশুটিক  এনেদৰে শাস্তি দিয়াৰ  ভিডিঅ’ বুধবাৰে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পাছতে দিল্লী আৰক্ষীয়ে এই অমানুষিক কার্যৰ তদন্ত আৰম্ভ কৰে ৷ তেতিয়া পোহৰলৈ আহে যে  শিশুটিক এনেদৰে বর্বৰ শাস্তি মাতৃয়ে প্ৰদান কৰিছিল ৷

আৰক্ষীয়ে সোধাপোচা কৰাত মাতৃগৰাকীয়ে কয় যে তেওঁ স্কুলৰ হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে তেওঁৰ কন্যাক ৫-৭ মিনিটৰ বাবে এনেদৰে শাস্তি দিছিল ৷ ওচৰৰ ঘৰৰ পৰা শ্বুট কৰা ২৫ ছেকেণ্ডৰ ভিডিঅ’টোত এগৰাকী মহিলাই কয় যে দুপৰীয়া  প্ৰায় ২ বজাত প্ৰচণ্ড গৰমত শিশুটিক ছাদত থৈ দিয়া হৈছিল ৷ অৱশ্যে পৰৱর্তী সময়ত মাতৃয়ে শিশুটিক শাস্তি প্ৰদানৰ কৰা বুলি অৱগত হোৱাৰ পাছত আৰক্ষীয়ে তেওঁক ভৱিষ্যতে এনে নকৰিবলৈ পৰামর্স প্ৰদান কৰে ৷

Previous Post

দেশৰ ভিতৰতে সর্বাধিক দুর্ঘটনা সংঘটিত হয় এইখন ৰাজ্যতঃ এবছৰত কিমান জন নিহত হ’ল ?

Next Post

কাজিৰঙাৰ মিহিমুখত বিশেষ ভাৱে নিৰ্মাণ কৰা হৈছে তিনিটা গঁড়ৰ মূৰ্তি

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাৰ মিহিমুখত বিশেষ ভাৱে নিৰ্মাণ কৰা হৈছে তিনিটা গঁড়ৰ মূৰ্তি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7