VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চীনৰ এখনৰ পাছত আন এখন চহৰত লকডাউন, পুনৰ আহিব নেকি ক’ভিডৰ ঢৌ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 14, 2022
in মুখ্য সংবাদ
চীনৰ এখনৰ পাছত আন এখন চহৰত লকডাউন, পুনৰ আহিব নেকি ক’ভিডৰ ঢৌ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে ক্ৰমাৎ স্বাভাৱিক হৈছে জীৱনযাত্ৰা ৷ ক’ভিডৰ তিনিটাকৈ ঢৌৱে বিপর্যস্ত কৰাৰ পাছত সংক্ৰমণ হ্ৰাস পোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে ৷ কিন্তু চীনৰ পৰা অহা এক দুখবৰে বিশ্ববাসীক পুনৰ শংকিত কৰি তুলিছে ৷ কিয়নো সমগ্ৰ বিশ্বতে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে অত্যন্ত দ্ৰুত গতিত ক’ভিডৰ সংক্ৰমন ঘটিছে চীনত ৷ বিগত দুবছৰৰ ভিতৰত আটাইতকৈ অধিক ক’ভিডৰ সংক্ৰমণৰ গ্ৰাসত পৰিছে চীন ৷ যাৰ বাবে কেইবাখনো চহৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ  লগতে ভিন্ন প্ৰান্তত ঘোষণা কৰা হৈছে লকডাউন ৷

দেওবাৰে দেশখনত এটা দিনত ৩১০০জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷  ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দেওবাৰে জনোৱা অনুসৰি একেৰাহে দুদিনৰ বাবে ১,০০০ জনকৈ নতুন ৰোগী চিনাক্ত হোৱাৰ পিছত, এই সংখ্যা ৩,১০০ তকৈও অধিক জনলৈ বৃদ্ধি পাইছে। এয়া দুবছৰৰ ভিতৰত সৰ্বাধিক।ইয়াৰে অধিকাংশ লোক ক’ভিডৰ অমিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰা হৈছে ৷

সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে চীনৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোক এতিয়া লকডাউনৰ অধীনত বাস কৰি আছে।ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ  চীনা চৰকাৰে উচ্চ-প্ৰযুক্তিৰ শ্বেনঝেন চহৰখনত লকডাউন ঘোষণা কৰিছে  ৷ চহৰখনৰ জনসংখ্যা ১৭ নিযুততকৈও অধিক। শেনঝেনত সোমবাৰৰ পৰা দেওবাৰলৈ বাছ আৰু মেট্ৰ’ সেৱা বন্ধ ৰখা হ’ব ৷  আনহাতে ৭ লাখ লোকে বাস কৰা ইয়াঞ্জিমত দেওবাৰে লকডাউন বলবৎ কৰা হৈছে ৷ ইফালে, ৯০ লাখ লোকে বাস কৰা  ঔদ্যোগিক চহৰ চাংচুনত শুকুৰবাৰে বন্ধ কৰি দিয়া হৈছে ৷ আনহাতে ১ মাৰ্চৰ পৰা আন কেইখনমান চহৰ বন্ধ কৰি দিয়া হৈছে ৷

লকডাউনৰ উপৰিও, কৰ্তৃপক্ষই ভাইৰাছৰ সংক্ৰমণ   নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যালয়, ৰেষ্টুৰেণ্ট, মল আৰু অন্যান্য ৰাজহুৱা স্থানৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।উদাহৰণ স্বৰূপে, ছাংহাইত কৰ্তৃপক্ষই বিদ্যালয়, ব্যৱসায়, ৰেষ্টুৰেণ্ট আৰু মলসমূহ অস্থায়ীভাৱে বন্ধ কৰি দিছে। শনিবাৰে, জিলিন চহৰখন আংশিকভাৱে বন্ধ কৰি দিয়া হৈছিল

 

Previous Post

ৰক্তহীনতাত ভূগি আছে নেকি? ক’লা কচুৰে নিৰাময় কৰিব পাৰি।জানো আহক

Next Post

এইবাৰ চিনেমা হলত মন্ত্ৰী-বিধায়ক সহিতে মুখ্যমন্ত্ৰীয়ে চাব ‘The Kashmir Files’

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
এইবাৰ চিনেমা হলত মন্ত্ৰী-বিধায়ক সহিতে মুখ্যমন্ত্ৰীয়ে  চাব ‘The Kashmir Files’

এইবাৰ চিনেমা হলত মন্ত্ৰী-বিধায়ক সহিতে মুখ্যমন্ত্ৰীয়ে চাব ‘The Kashmir Files’

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7