VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মার্কিন শীর্ষ বিষয়াৰ ভ্ৰমণক লৈ ক্ষুব্ধঃ টাইৱানৰ পৰা চীনে বন্ধ কৰিলে একাধিক সামগ্ৰীৰ আমদানি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 3, 2022
in মুখ্য সংবাদ
মার্কিন শীর্ষ বিষয়াৰ ভ্ৰমণক লৈ ক্ষুব্ধঃ টাইৱানৰ  পৰা চীনে বন্ধ কৰিলে একাধিক সামগ্ৰীৰ আমদানি
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোছি টাইৱানত উপস্থিত হোৱাৰ পাছতে খর্গহস্ত হৈ পৰিছে চীন ৷ মার্কিন নেতা গৰাকীৰ টাইৱান ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি আহিছে চীনে ৷ কিন্তু চীনৰ বাধা নেওচি পেলোছি উপস্থিত হয় টাইৱানত ৷ ইয়াৰ পাছতে আজি টাইৱানৰ বিপক্ষে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে চীনে ৷ বুধবাৰে চীনে টাইৱানৰ পৰা ফল-মূল আৰু মাছ আমদানি কৰাত বাধা আৰোপ কৰে।তদুপৰি টাইৱানলৈ বালিৰ ৰপ্তানিও বন্ধ কৰিছে চীনে ৷

ৰাষ্ট্ৰপতি পদৰ পিছত দ্বিতীয় সর্বোচ্চ পদত অধিষ্ঠিত  পেলোছি হৈছে বিগত  ২৫ বছৰৰ ভিতৰত টাইৱান ভ্ৰমণলৈ অহা আমেৰিকাৰ শীর্ষ নেতা ৷ চীনে এই ভ্ৰমণৰ বিৰোধিতা কৰি তীব্ৰ সতৰ্কবাণী দিয়াৰ পিছত মঙলবাৰে সন্ধিয়া তেওঁ টাইৱানত অৱতৰণ কৰে ৷

চীনৰ শুল্ক প্ৰশাসনে বুধবাৰে কয় যে টাইৱানৰ পৰা ফল আৰু মাছ আমদানি স্থগিত ৰখা হৈছে ৷ কিয়নো এই পেকেট সমূহত অত্যধিক কীটনাশকৰ অৱশিষ্ট “বাৰম্বাৰ” ধৰা পৰিছে ৷  আন এখন সুকীয়া জাননীৰ জৰিয়তে  বাণিজ্য মন্ত্ৰালয়ে লগতে কয় যে তেওঁলোকে বুধবাৰৰ পৰা টাইৱানলৈ প্ৰাকৃতিক বালিৰ ৰপ্তানিও স্থগিত ৰাখিব ৷

টাইৱানৰ পৰা চীনে আমদানি –ৰপ্তানি বন্ধ কৰা এয়ে প্ৰথম নহয় ৷ চীনে ২০২১ চনৰ মাৰ্চ মাহত দ্বীপটোৰ পৰা আনাৰস আমদানি নিষিদ্ধ কৰিছিল ৷ ২০১৬ চনত ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বেইজিঙে টাইৱানৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে ৷  কিয়নো তেওঁ দ্বীপটোক “চীন”ৰ অংশ নহয় বুলি কৈ আহিছে ৷

ইফালে, চীনৰ কৰ্তৃপক্ষই টাইৱানক ঘেৰি ধৰি পৰিকল্পিত লাইভ ফায়াৰ সামৰিক অনুশীলনৰ কথাও ঘোষণা কৰিছে ৷ এই পদক্ষেপে দ্বীপটোৰ মূল বন্দৰ আৰু চহৰ অঞ্চলসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰিছে টাইপেইৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

 

 

Previous Post

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

Next Post

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ'ব 'কমনৱেলথ গেমছ, ২০২২'ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7