VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপত্তি সত্বেও টাইৱান ভ্ৰমণঃ মার্কিন সদনৰ অধ্যক্ষৰ বিৰুদ্ধে চীনৰ নিষেধাজ্ঞা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2022
in মুখ্য সংবাদ
আপত্তি সত্বেও টাইৱান ভ্ৰমণঃ মার্কিন সদনৰ অধ্যক্ষৰ বিৰুদ্ধে চীনৰ নিষেধাজ্ঞা
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

মার্কিন সদনৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে খর্গহস্ত হৈ পৰিছে চীন ৷ বাৰাম্বাৰ বাধা নেওচি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰাৰ পাছতে একপ্ৰকাৰ ৰুদ্ৰ মূর্তি ধৰিছে চীনে ৷ আজি চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ সদনৰ অধ্যক্ষ নেন্সি পেলোছিৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰে ৷ মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ জৰিয়তে পেলোছিয়ে “চীনৰ আভ্যন্তৰীণ বিষয়ত গুৰুতৰভাৱে হস্তক্ষেপ কৰিছে আৰু চীনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে” ৷ যাৰ বাবে  বেইজিঙে পেলোছি আৰু তেওঁৰ  পৰিয়ালৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব ৷  অৱশ্যে তেওঁৰ বিৰুদ্ধে কি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা নাই ৷

 

চীনে শেহতীয়াকৈ  আমেৰিকাৰ কেইবাজনো বিষয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰিছে ৷  চলিত বৰ্ষৰ মাৰ্চ মাহত চীনে প্ৰকাশ  কৰা অনুসৰি আমেৰিকাৰ বিষয়াসকলৰ বিৰুদ্ধে  ভিছা নিষেধাজ্ঞা আৰোপ কৰিছে ৷  চীনক জড়িত কৰি  মানৱ অধিকাৰৰ বিষয়সমূহৰ ওপৰত মিছা অভিযোগ অনাৰ বাবে মার্কিন বিষয়াসকলৰ বিৰুদ্ধে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷  বেইজিঙৰ শাসকীয় কমিউনিষ্ট পাৰ্টিয়ে স্বশাসিত, গণতান্ত্ৰিক টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে হিচাপে গণ্য কৰি আহিছে ৷

Previous Post

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

Next Post

পাষাণ মাতৃঃ বধিৰ আৰু বোবা হোৱাৰ বাবেই ৪ৰ্থ মহলাৰ পৰা পেলাই দিলে ৪ বছৰীয়া সন্তান

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
পাষাণ মাতৃঃ বধিৰ আৰু বোবা হোৱাৰ বাবেই  ৪ৰ্থ মহলাৰ পৰা পেলাই দিলে  ৪ বছৰীয়া সন্তান

পাষাণ মাতৃঃ বধিৰ আৰু বোবা হোৱাৰ বাবেই ৪ৰ্থ মহলাৰ পৰা পেলাই দিলে ৪ বছৰীয়া সন্তান

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7