VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামপুৰৰ শ্ৰীমন্ত শংকৰদেৱ জিলা শাখাৰ উদ্যোগত আয়োজিত ১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in মুখ্য সংবাদ
কামপুৰৰ শ্ৰীমন্ত শংকৰদেৱ জিলা শাখাৰ উদ্যোগত আয়োজিত ১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৬জুলাই:–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ উদ্যোগত যোৱা ১১ জুলাইৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত সাংস্কৃতিক কৰ্মশালাখনিৰ বুধবাৰে সফল সামৰণি পৰে । সামৰণি অনুষ্ঠান উপলক্ষে কামপুৰৰ শংকৰ সংঘৰ জিলা নামঘৰত অনুষ্ঠিত সাংস্কৃতিক কৰ্মশালাখনিৰ সামৰণি সভাত সভাপতিত্ব কৰে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা শাখাৰ সম্পাদক দিগেন বৰাই আৰু অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি বৰুৱা তথা শংকৰী সংগীত বিদ্যালয়ৰ সম্পাদক অমৰজিৎ ভূঞাই । অনুষ্ঠানৰ পূৰ্বে জিলা শংকৰী সংগীত বিদ্যালয়খনৰ শুভ উন্মোচন কৰে সভাপতি মুনিন্দ্ৰ নাথ বৰাই ।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশিক্ষক পিংকী ৰাজখোৱাৰ সাংস্কৃতিক শিল্পী দলে বৰগীত পৰিৱেশন কৰে । ইয়াৰ পিছতে শিল্পীসকলে শংকৰী সত্ৰীয়া নৃত্য,একক নৃত্য আৰু সমূহীয়া খোল বাদন,সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰি ভক্তপ্ৰাণ ৰাইজৰ মন প্ৰাণ প্ৰশান্তিৰে ভৰাই তোলে।

সামৰণি সভাখনত জিলা সাংস্কৃতিক সভাপতি গোলাপ গোহাঁই,শংকৰী সংগীত বিদ্যালয়ৰ সভাপতি তুলসী মোহন বৰা, অধ্যক্ষ নৰেন্দ্ৰ বৰা,মূলৰ সদস্য ড° স্বৰাজ মোহন বৰা,জয় ৰাজখোৱা,ৰবিৰাম শইকীয়া,প্ৰদ্যুম্ন বৰা,আনন্দ বৰা,পদ্মকান্ত ফুকনকে ধৰি কেইবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । উক্ত অনুষ্ঠানতে প্ৰশিক্ষক পিংকী ৰাজখোৱা,অমৰ জ্যোতি ভূঞা, প্ৰশান্ত কোঁৱৰ আৰু শ্যামলিমা বৰাক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত বুধবাৰে শতাধিক প্ৰশিক্ষাৰ্থীয়ে নিজৰ কলা-প্ৰতিভা প্ৰদৰ্শন কৰে ।আনহাতে জিলা শাখা কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমান শংকৰ সংঘৰ জিলা নামঘৰৰ শংকৰী সংগীত বিদ্যালয়খনত নামভৰ্তি চলি আছে । সকলো ধৰ্মাৱলম্বীলোকৰ বাবে মুকলি থকা বিদ্যালয়খনত নামভৰ্তি কৰি সহায়-সহযোগিতা আগবঢ়াবলৈ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰা আৰু সংগীত বিদ্যালয়ৰ সভাপতি তুলসী মোহন বৰাই ভক্তপ্ৰাণ ৰাইজ তথা অভিভাৱকলৈ অনুৰোধ জনাইছে ।

Previous Post

বন্দে ভাৰতৰ খুন্দাত পুনৰ গৰুৰ মৃত্যু, গান্ধীনগৰৰ পৰা মুম্বাইলৈ যোৱাৰ পথত দুৰ্ঘটনা

Next Post

ছিকিমত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এবছৰৰ প্ৰসূতিকালীন ছুটী, ঘোষণা মুখ্যমন্ত্ৰীয়ে

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
ছিকিমত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এবছৰৰ প্ৰসূতিকালীন ছুটী, ঘোষণা মুখ্যমন্ত্ৰীয়ে

ছিকিমত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এবছৰৰ প্ৰসূতিকালীন ছুটী, ঘোষণা মুখ্যমন্ত্ৰীয়ে

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7