VOICE 24x7
Tuesday, August 9, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা , লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 30, 2022
in মুখ্য সংবাদ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা , লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদে
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

অৱশেষত নৱ নির্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ ওচৰত লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷ এক পত্ৰৰ জৰিয়তে সাংসদজনে ৰাষ্ট্ৰপতি গৰাকীৰ ওচৰত ক্ষমা প্ৰার্থনা কৰে ৷  চলিত সপ্তাহৰ আৰম্ভণিতে এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁ ৰাষ্ট্ৰপত্নী বুলি অভিহিত কৰিছে ৷ চৌধুৰীয়ে ৰাষ্ট্ৰপতি মুৰ্মুলৈ  লিখা পত্ৰত কয় -“আপুনি গ্ৰহণ কৰা পদটোক বৰ্ণনা কৰিবলৈ ভুলকৈ এটা ভুল শব্দ ব্যৱহাৰ কৰাৰ বাবে মই দুখ প্ৰকাশ কৰিবলৈ লিখিছো। মই আপোনাক ক’ব বিচাৰিছো যে মোৰ  জিভা পিছল খাইছিল। মই ক্ষমা বিচাৰিছো ৷”

লোকসভাত কংগ্ৰেছ নেতা চৌধুৰীয়ে তেওঁৰ দলৰ কেইবাটাও বিষয়ক লৈ কৰা  প্ৰতিবাদৰ সময়ত সাংবাদিকৰ সন্মুখত ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপত্নী আখ্যা দিছিল ৷ অৱশ্যে এয়া জিভা পিচলি কৰা মন্তব্য নহয় বুলি প্ৰকাশ কৰিছে বিজেপিয়ে ৷ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ সংস্থা এএনআইক কয়-, “এয়া জিভা পিছল কোৱা নাছিল। যদি আপুনি ভিডিঅ’  ক্লিপটো চায়, তেন্তে অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টভাৱে ৰাষ্ট্ৰপতিক দুবাৰকৈ ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰিছিল ৷ “

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

Related Posts

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
গুৱাহাটীৰ ব্যৱসায়ীলৈ  পশ্চিম বংগ  অপৰাধ অনুসন্ধান বিভাগৰ চমন
মুখ্য সংবাদ

গুৱাহাটীৰ ব্যৱসায়ীলৈ পশ্চিম বংগ অপৰাধ অনুসন্ধান বিভাগৰ চমন

August 8, 2022
Next Post
কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

August 9, 2022
মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

August 9, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7