VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এশৰো অধিক সুৰংগেৰে আবৃত শ্বেৰগড় দূর্গৰ কথা আপুনি শুনিছেনে ? য’ত লুকুৱাই ৰখা হৈছিল অমূল্য ধন সম্পদ, ইতিহাস শুনিলে আপুনিও হ’ব আচৰিত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in মুখ্য সংবাদ
এশৰো অধিক সুৰংগেৰে আবৃত শ্বেৰগড় দূর্গৰ কথা আপুনি শুনিছেনে ? য’ত লুকুৱাই ৰখা হৈছিল অমূল্য ধন সম্পদ, ইতিহাস শুনিলে আপুনিও হ’ব আচৰিত
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

আমাৰ দেশৰ বিভিন্ন ৰাজ্যত থকা ইতিহাসৰ সমলসমূহে অতীজৰ ভাৰতৰ কাহিনী বর্ণনা কৰি আহিছে ৷ তেনে এক দূর্গ হৈছে  শ্বেৰগড় দুৰ্গ ৷ বিহাৰৰ এই দূর্গটোৰ লগত জড়িত হৈ আছে ইতিহাস ৷ তিনিফালে অৰণ্যৰে আগুৰি থকা এই গড়টোৰ এটা দিশত বৈ গৈছে দুৰ্গাৱতী নদী । বিহাৰৰ কৈমুৰ ৰেঞ্জৰ পৰা ৮০০ ফুট ওপৰত অৱস্থিত শ্বেৰগড় দুৰ্গ। আজি এই দুৰ্গটো ধ্বংসস্তূপ হৈ পৰিছে যদিও ইয়াৰ ইতিহাসে আজিও সকলোকে হাতবাউলি মাতি আহিছে ৷

কোৱা হয় যে পাহাৰৰ  মাজেৰে এনেদৰে সুৰংগ কাটি শ্বেৰগড় গড় নিৰ্মাণ কৰা হৈছিল যাতে বাহিৰৰ পৰা কোনেও এই দুৰ্গৰ উপস্থিতি লক্ষ্য কৰিব নোৱাৰে। কিন্তু গড়ৰ ভিতৰৰ পৰা বাহিৰৰ  সকলো স্পষ্ট ভাৱে দেখা গৈছিল ৷  ইতিহাস অনুসৰি শ্বেৰগড় দুৰ্গ প্ৰথমে খাৰৱাদ ৰজাৰ শাসনৰ অধীনত আছিল। সেই সময়ত এই দুৰ্গৰ নাম আছিল ভুৰকুদা দুৰ্গ।

আফগান শাসক শ্বেৰ শ্বাহ ছুৰি নাকিয়ে খাৰৱাৰৰ ৰজাৰ হাতৰ পৰা এই দুৰ্গটো দখল কৰিছিল। কিন্তু ইয়াক লৈয়ো আছে ভিন্ন মতামত । একাংশ ইতিহাসবিদৰ মতে, শ্বেৰশ্বাহ ছুৰীয়ে ১৫৪০ৰ পৰা ১৫৪৫ খ্ৰীষ্টাব্দৰ ভিতৰত নিজৰ প্ৰতিৰক্ষাৰ বাবে শ্বেৰগড় দুৰ্গ নিৰ্মাণ কৰিছিল।

একাংশ বিশেষজ্ঞই এই দুৰ্গত পৰিয়ালৰ সদস্য আৰু সৈনিকৰ সৈতে শ্বেৰ শ্বাহ বাস কৰিছিল বুলিও দাবী কৰে। শ্বেৰগড় দুৰ্গৰ আয়তন ১৬ বৰ্গ কিলোমিটাৰ। নিৰ্মাণৰ সময়ত দুৰ্গৰ মূল প্ৰৱেশদ্বাৰত ৮টা গম্বুজ আছিল যদিও বর্তমান ৫টা গম্বুজ আছে। প্ৰৱেশদ্বাৰৰ পৰা ১ কিলোমিটাৰৰ ভিতৰত ‘ৰাণী পোখৰা’ নামৰ এটা হ্ৰদও আছে বুলি কোৱা হয়।

শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শ্বেৰশ্বাহ ছুৰীয়ে শ্বেৰগড় দুৰ্গত আশ্ৰয় লৈছিল। দুৰ্গটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যে শত্ৰুৱে গড়ৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত থকা সেনাক গড়ৰ ভিতৰৰ দেখা পাব পাৰে।শ্বেৰগড় দুৰ্গৰ ভিতৰত প্ৰায় এশটা সুৰংগ নির্মাণ কৰা হৈছিল। কিন্তু কোনটো সুৰংগ কোনফালে ওলাব পাৰি সেই কথা বহুতে গম পোৱা নাছিল।

ইতিহাসবিদৰ এটা অংশৰ মতে এই শতাধিক সুৰংগৰ ভিতৰত এটা সুৰংগ ৰোহতাছ দুৰ্গৰ সৈতে সংযুক্ত আছিল। পঞ্জাৱ প্ৰদেশৰ এই দুৰ্গটো শ্বেৰ শ্বাহ ছুৰীয়ে নিৰ্মাণ কৰিছিল। বহুতে বিশ্বাস কৰে যে এই সুৰংগটো গোপনে ৰোহতাছ দুৰ্গ পোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল। মূল উদ্দেশ্য আছিল দুই দুৰ্গ সংযোগ কৰা।

শ্বেৰ শ্বাহে সুৰংগটো লৈ ৰোহতাছ গড়লৈ যোৱাৰ কথাটো গোপন কৰি ৰাখিছিল। এই সুৰংগৰ বিষয়ে শ্বেৰ শ্বাহে তেওঁৰ বিশেষ সংগী আৰু বিশ্বাসযোগ্য জোৱানসকলৰ বাহিৰে আন কাকো অৱগত কৰা নাছিল।

শ্বেৰগড় দুৰ্গৰ কোঠাবোৰ ইমানেই ডাঙৰ যে ইয়াত একেলগে ১০ হাজাৰ মানুহ থাকিব পাৰিছিল। শ্বেৰগড় গড়ৰ সুৰক্ষাৰ সকলো ধৰণৰ ব্যৱস্থা আছিল। কিন্তু ইতিহাসবিদসকলে কয় যে শ্বেৰ শ্বাহ ছুৰিক এই গড়ত থাকি মোগল সৈন্যই আক্ৰমণ কৰিছিল। শ্বেৰশ্বাহ ছুৰীয়ে শ্বেৰগড় দুৰ্গত লুকুৱাই ৰাখিছিল অমূল্য মণি। কিন্তু এতিয়ালৈকে কোনেও সেই ধন বিচাৰি পোৱা নাই। বৰ্তমান এই দুৰ্গটো ইয়াৰ সমগ্ৰ ইতিহাসৰ লগতে ধ্বংসৰ বাবে অপেক্ষা কৰি আছে। বহু পৰ্যটক এই দুৰ্গটোলৈ আহে। তালৈ গ’লে ৰাইজৰ বহু কাহিনী শুনিবলৈ পোৱা যায়।

Previous Post

পুনৰ আহিব নেকি বিভীষিকাময় দিনসমূহঃচীনত ক’ভিড সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ, ৰাজ্য চৰকাৰসমূহলৈ বিশেষ নির্দেশ

Next Post

শ্বাহৰুখ খানক পালে জ্বলাই দিমঃ ক্ষান্ত হোৱা নাই পাঠান বিতর্ক,এইবাৰ কিং খানক সাধুৰ ভাবুকি

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
শ্বাহৰুখ খানক পালে জ্বলাই দিমঃ ক্ষান্ত হোৱা নাই পাঠান বিতর্ক,এইবাৰ কিং খানক সাধুৰ ভাবুকি

শ্বাহৰুখ খানক পালে জ্বলাই দিমঃ ক্ষান্ত হোৱা নাই পাঠান বিতর্ক,এইবাৰ কিং খানক সাধুৰ ভাবুকি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7