VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হোৱাৰ দিশে ছানিয়া মির্জা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in মুখ্য সংবাদ
দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হোৱাৰ দিশে ছানিয়া মির্জা
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হোৱাৰ দিশে আগবাঢ়িছে ছানিয়া মিৰ্জা নামৰ এগৰাকী যুৱতী ৷  এন ডি এত মহিলাৰ বাবে সংৰক্ষিত ১৯খন আসনৰ ভিতৰত ছানিয়াই দ্বিতীয় স্থান লাভ কৰে। চলিত বৰ্ষৰ এপ্ৰিল মাহত এন ডি এ পৰীক্ষাত অৱতীৰ্ণ হৈ ছানিয়াই ১৪৯ নম্বৰ স্থান লাভ কৰিছিল। কোতৱালি থানাৰ অন্তৰ্গত যশোৱৰ গাঁৱৰ বাসিন্দা ছানিয়া দেহাত। কিন্তু বৰ্তমান তেওঁ মিৰ্জাপুৰৰ বাসিন্দা ৷ তেওঁৰ পিতৃ শ্বাহিদ আলী পেছাত টিভি মেকানিক। গাঁৱৰ বিদ্যালয়ৰ পৰা দশম মান পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষাৰ বাবে মিৰ্জাপুৰলৈ  যায়। তাতে প্ৰশিক্ষণ আৰম্ভ কৰে ৷

সৰুৰে পৰা পঢ়া-শুনাত অত্যন্ত মেধাবী ছানিয়াৰ উৰণৰ প্ৰতি আছিল প্ৰৱল দুর্বলতা । অৱশ্যে ভাৰতৰ প্ৰথম যুঁজাৰু বিমান পাইলট ফ্লাইট লেফটেনেণ্ট অভনী চতুৰ্বেদীৰ দ্বাৰা অণুপ্ৰাণিত হৈ যুদ্ধ বিমান পাইলট হোৱাৰ সপোন দেখিছিল ৷

অহা ২৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এন ডি এ একাডেমীত যোগদান কৰিব ছানিয়াই। যদি সকলো ঠিকে থাকে তেন্তে ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট হ’ব ছানিয়া ।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

আপোনাৰ প্ৰিয় চিকেন টিক্কা মছলাৰ উদ্ভাৱকৰ দেহাৱসান , কোনে উদ্ভাৱন কৰিছিল জানেনে !

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
আপোনাৰ প্ৰিয় চিকেন টিক্কা মছলাৰ উদ্ভাৱকৰ দেহাৱসান , কোনে  উদ্ভাৱন কৰিছিল জানেনে !

আপোনাৰ প্ৰিয় চিকেন টিক্কা মছলাৰ উদ্ভাৱকৰ দেহাৱসান , কোনে উদ্ভাৱন কৰিছিল জানেনে !

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7