VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, মানহানিৰ অপৰাধত ৫ লাখ ডলাৰ জৰিমনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 10, 2023
in মুখ্য সংবাদ
যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত  ড’নাল্ড ট্ৰাম্প, মানহানিৰ অপৰাধত ৫ লাখ ডলাৰ জৰিমনা

Former U.S. President Donald Trump speaks outside a polling station during midterm election in Palm Beach, Florida, U.S. November 8, 2022. REUTERS/Ricardo Arduengo

0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। একে সময়তে ৫ কোটি ডলাৰৰ জৰিমনাও আৰোপ কৰা হৈছে। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ৪১ কোটি ৪ লাখ ৬০ হাজাৰ টকা। আমেৰিকাৰ লেখক ই জিন কেৰলে ২০১৯ চনত প্ৰকাশিত এখন কিতাপত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ১৯৯৬ চনত মানহাটানৰ এখন ডিপাৰ্টমেণ্ট ষ্ট’ৰত ড’নাল্ডে  তেওঁক ধৰ্ষণ কৰা বুলি দাবী কৰে । ট্ৰাম্পৰ বিৰুদ্ধে আদালততো আৰম্ভ হৈছিল যৌন নিৰ্যাতনৰ গোচৰ।

 

কিন্তু ট্ৰাম্পে বাৰে বাৰে কেৰলৰ অভিযোগ মিছা বুলি দাবী কৰি আহিছে। চলিত বৰ্ষৰ ২৫ এপ্ৰিলৰ পৰা এই গোচৰৰ শুনানি আৰম্ভ হৈছে। মঙলবাৰে এই গোচৰৰ ৰায় ঘোষণা কৰে ৯ জনীয়া ৰাজহুৱা আদালতৰ জুৰীয়ে। তেওঁলোকে ড’নাল্ডক দোষী সাব্যস্ত কৰিলে। কিন্তু ড’নাল্ডক ধৰ্ষণৰ বাবে নহয়, কেৰলৰ মানহানিৰ বাবে জৰিমনা বিহা হৈছিল। আদালতৰ নিৰ্দেশ অনুসৰি ক্ষতিপূৰণ হিচাপে কেৰলক ৫ কোটি ডলাৰ দিব  লাগিব ট্ৰাম্পে।

 

আদালতৰ তথ্য অনুসৰি, ট্ৰাম্পৰ বিৰুদ্ধে অপৰাধ আদালতৰ পৰিৱৰ্তে ৰাজহুৱা আদালতত যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱাত কেৰলৰ অভিযোগ খাৰিজ কৰা হয়।স্থানীয় সংবাদ সংস্থাটোৰ মতে শুনানিৰ সময়ত ট্ৰাম্প আদালতত উপস্থিত নাছিল। ট্ৰাম্পে অৱশ্যে দাবী কৰে যে তেওঁ কেৰলক চিনি নাপায়। আনকি তেওঁৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগো মিছা বুলি দাবী কতৰে । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে তেওঁৰ নামত ভুৱা নিন্দা বিয়পি থকা বুলিও দাবী কৰে ট্ৰাম্পে।

 

কেৱল কেৰলেই নহয়, পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছৰ নামো ট্ৰাম্পৰ সৈতে জড়িত। পৰ্ণ তাৰকা ষ্টৰ্মিক তেওঁৰ যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ নক’বলৈ উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ট্ৰাম্প।  আমেৰিকাৰ আইন অনুসৰি ট্ৰাম্পক সকলো অভিযোগত দোষী সাব্যস্ত হ’লে ১৩৬ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।

 

ষ্টৰ্মীয়ে দাবী কৰে যে ২০০৬ চনত তেওঁৰ আৰু ট্ৰাম্পৰ মাজত শাৰীৰিক সম্পৰ্ক আছিল। ইয়াৰ পিছত ২০১৬ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে মুখ বন্ধ কৰি ৰাখিবলৈ ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিছিল। ট্ৰাম্পৰ প্ৰাক্তন অধিবক্তা মাইকেল কোহেনে দাবী কৰে যে তেওঁৱেই ট্ৰাম্পৰ হৈ ষ্টৰ্মি আৰু আন এগৰাকী মডেল কেৰেনক ধন প্ৰদান কৰিছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে ট্ৰাম্পে।

Previous Post

কেঁচুৱাৰ নতুন দাঁত গজিছে নেকি ? অস্বস্তি নিয়ন্ত্ৰণ কৰি দাঁতৰ যত্ন ল’বলৈ কি কৰিব লাগে?

Next Post

হোৱাটছএপ কলেৰে প্ৰৱঞ্চিত হৈছে নেকি ? এই তিনিটা নম্বৰৰ পৰা ফোন গ্ৰহণ নকৰিবলৈ পৰামর্শ হোৱাটছএপৰ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
হোৱাটছএপ কলেৰে প্ৰৱঞ্চিত হৈছে নেকি ? এই তিনিটা  নম্বৰৰ পৰা ফোন গ্ৰহণ নকৰিবলৈ পৰামর্শ হোৱাটছএপৰ

হোৱাটছএপ কলেৰে প্ৰৱঞ্চিত হৈছে নেকি ? এই তিনিটা নম্বৰৰ পৰা ফোন গ্ৰহণ নকৰিবলৈ পৰামর্শ হোৱাটছএপৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7