VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মেঘালয়ৰ নতুন ডিজিপি আই পি এছ বিষয়া এল আৰ বিষ্ণয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2022
in মুখ্য সংবাদ
মেঘালয়ৰ নতুন ডিজিপি  আই পি এছ বিষয়া এল আৰ বিষ্ণয়
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কর্মৰত এল আৰ বিষ্ণয়ক সোমবাৰে মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান( ডিজিপি ) হিচাপে নিযুক্তি প্ৰদান কৰা হয় ৷  অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেটচ্ৰ আই পি এছ বিষয়া   বিষ্ণয়ে পশু চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ৷ বৰ্তমান মেঘালয়ৰ ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইদাশিশা নংৰাঙৰ পৰা তেওঁ দায়িত্ব গ্ৰহণ কৰিব ৷

হিচাৰৰ পৰাৰ তেওঁ পশু চিকিৎসা বিষয়ত ডিগ্ৰী লাভ কৰে  ৷ কিছুদিনৰ বাবে বিষ্ণয়ে পশুপালন বিভাগত কাম কৰিছিল। পিছত তেওঁ চাকৰি এৰি বায়ুসেনাত যোগদান কৰে। অৱশ্যে তেওঁ ইউ পি এছ চিৰ বাবেও প্ৰস্তুতি চলাই আছিল। পৰৱর্তী সময়ত তেওঁ ভাৰতীয় আৰক্ষী সেৱাত  যোগদান কৰে। ১৯৯১ বেটচ্ৰ বিষয়াজনে অসম আৰক্ষীৰ কেইবাটাও গুৰুত্বপূর্ণ পদবীত কার্যনির্বাহ কৰিছে ৷ চি আই ডিৰ  প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিষ্ণয় সম্প্ৰতি প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কর্মৰত হৈ আছিল ৷

Previous Post

এদিনতে দুখনকৈ যুদ্ধ জাহাজ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

Next Post

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7