VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ইউৰোপৰ আঠজন নেতাৰ ভাৰত ভ্ৰমণ

জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী ভন ডেৰ লেয়েনৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ   

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 25, 2022
in মুখ্য সংবাদ
ইউৰোপৰ আঠজন নেতাৰ ভাৰত ভ্ৰমণ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

২০১৯ চনলৈকে চাঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ অধীনত জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈ থকা ভন ডেৰ লেয়েনৰ আজি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৷

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ভাৰত ভ্ৰমণলৈ অহা কেইদিনমানৰ ভিতৰত ইউৰোপৰ কমেও আঠজন নেতা আৰু মন্ত্ৰী দেশখনত থাকিব, যাৰ ভিতৰত আছে ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েন।

২০১৯ চনলৈকে চাঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ অধীনত জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈ থকা ভন ডেৰ লেয়েনে আজি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৷ ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা সংকট আলোচনাৰ বাবে তেওঁ ভাৰতলৈ আহিছে বুলি জানিব পৰা  গৈছে।আনহাতে পোলেণ্ড, লিথুৱানিয়া, স্লোভেনিয়া, পৰ্তুগাল, নেডাৰলেণ্ড, নৰৱে আৰু লাক্সেমবাৰ্গৰ বৈদেশিক মন্ত্ৰীসকলও ভাৰতত থাকিব  বুলি জানিব পৰা গৈছে।

২৫ৰ পৰা ২৭ এপ্ৰিললৈকে  বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু পৰ্যবেক্ষক গৱেষণা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ভূ-ৰাজনীতি আৰু ভূ-অৰ্থনীতিৰ  ফ্লেগশ্বিপ সন্মিলনত মিলিত হোৱাৰ বাবে ভাৰতলৈ আগমন ঘটা ইউৰুপীয় নেতাৰ উপস্থিতিৰ পিছতেই  ইউক্ৰেইনৰ যুদ্ধই ভাৰতীয় মধ্যস্থতাকাৰীসকলৰ সৈতে তেওঁলোকৰ কথোপকথনত প্ৰাধান্য লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী জনছনেও ভাৰতীয় নেতৃত্বৰ সৈতে যুদ্ধৰ বিষয়ে আলোচনা কৰিছিল।আৰ্জেণ্টিনা, আৰ্মেনিয়া, গায়ানা, নাইজেৰিয়া, মাদাগাস্কাৰ আৰু ফিলিপাইনছৰ বৈদেশিক মন্ত্ৰীসকলো ইতিমধ্যে ভাৰতত উপস্থিত  হৈছে। লগতে উপস্থিত  চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড্ট, কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ, মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এন্থনী এবট।

সোমবাৰৰ পৰা আৰম্ভ হোৱা সন্মিলনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই বছৰৰ প্ৰথম বিদেশ ভ্ৰমণকাৰ্যসূচী অৰ্থাৎ   জাৰ্মানী আৰু ডেনমাৰ্কলৈ ৰাওনা হোৱাৰ এসপ্তাহ আগত অনুষ্ঠিত কৰা হৈছে । দেওবাৰৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ ফ্ৰান্সলৈও যোৱাৰ সম্ভাৱনা আছে ।

নিৰপেক্ষ ভাবে যোৱা দুমাহধৰি ইউৰোপীয় দেশসমূহে নতুন দিল্লীক  যুদ্ধৰ আলোচনা কেন্দ্ৰ হিচাপে  বাচি লৈছে ৷উল্লেখনীয়  যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়েও মাৰ্চত ভাৰত ভ্ৰমণ কৰিছিল।

 

 

Previous Post

আত্মনির্ভৰ ভাৰতেও হ্ৰাস কৰিব পৰা নাই আমদানিৰ পৰিমাণ, চীনৰ সৈতে ভাৰতৰ বাণিজ্য ঘাটিৰ অভিলেখ সংখ্যক বৃদ্ধি

Next Post

শিশুৰ তথ্য-ফটো শ্বেয়াৰ নকৰিব- ৰাইজলৈ আহ্বান অসম আৰক্ষীৰ

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
শিশুৰ তথ্য-ফটো শ্বেয়াৰ নকৰিব- ৰাইজলৈ আহ্বান অসম আৰক্ষীৰ

শিশুৰ তথ্য-ফটো শ্বেয়াৰ নকৰিব- ৰাইজলৈ আহ্বান অসম আৰক্ষীৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7