VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাকিস্তানৰ কৰাচীত ভয়াবহ বিস্ফোৰণ

থিতাতে নিহত এগৰাকী মহিলা ,আহত কমেও ১০জন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2022
in মুখ্য সংবাদ
পাকিস্তানৰ কৰাচীত ভয়াবহ বিস্ফোৰণ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে এক ভয়াবহ বিস্ফোৰণ কাণ্ড ৷  বিস্ফোৰণত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে অতিকমেও ১০জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷  কৰাচীৰ খাৰাদাৰ এলেকাত এই বিস্ফোৰণ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা  গৈছে ৷

সোমবাৰে নিশা কৰাচীৰ খাৰাদাৰ অঞ্চলত এই প্ৰচণ্ড বিস্ফোৰণ কাণ্ড সংঘটিত হয়, যাৰ ফলত এজন নিহত হোৱাৰ লগতে আহত হৈছে অঞ্চলটোৰ কেইবাগৰাকীও লোক । অৱশ্যে আৰক্ষী আৰু উদ্ধাৰকাৰী কৰ্তৃপক্ষ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক উদ্ধাৰ কৰে আৰু বিস্ফোৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷

বিস্ফোৰণস্থলীৰ চাৰিওফালৰ অঞ্চলটো ঘন বসতিপূৰ্ণ আৰু চহৰখনৰ এটা উল্লেখনীয় ব্যৱসায়িক কেন্দ্ৰ। ইয়াত ব্যৱসায়ীসকলে প্লাষ্টিকৰ  সামগ্ৰী আৰু সঁজুলিৰ  লেনদেন কৰে। কৰাচীৰ প্ৰশাসক মুৰ্তাজা ৱাহাবে উক্ত ঘটনা সন্দৰ্ভত ব্যক্ত কৰিছিল যে ছয়জন ব্যক্তিক আঘাতপ্ৰাপ্ত  অৱস্থাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তথাপিও, তেওঁ কৈছিল যে এই সংখ্যা বৃদ্ধি হ’ব পাৰে।

পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ বিষয়াসকলে  নিশ্চিত কৰিছিল যে তেওঁলোকে এগৰাকী মহিলাৰ মৃতদেহ পাইছিল আৰু আন ১০ জনক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা  হৈছিল।

যদিও বিস্ফোৰণ সন্দৰ্ভত কোনো  নিৰ্দিষ্ট কাৰণ  জানিব পৰা হোৱা নাই, বিস্ফোৰক সামগ্ৰীৰ ফলত এই ভয়াবহ বিস্ফোৰণ সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে আশংকা কৰিছে ।

Previous Post

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ?

Next Post

ভাৰতৰ আভ্যন্তৰীন বিষয়ত মাত মতাৰ অধিকাৰ নাই পাকিস্তানৰ , পুনৰ কিয় সকীয়ালে ভাৰতে ?

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
ভাৰতৰ আভ্যন্তৰীন বিষয়ত মাত মতাৰ অধিকাৰ নাই পাকিস্তানৰ , পুনৰ কিয় সকীয়ালে ভাৰতে ?

ভাৰতৰ আভ্যন্তৰীন বিষয়ত মাত মতাৰ অধিকাৰ নাই পাকিস্তানৰ , পুনৰ কিয় সকীয়ালে ভাৰতে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7