VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱশেষত আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! ১,৫০০ যাত্ৰীয়ে একেলগে কৰিব পাৰে যাত্ৰা

ভাৰতৰ ঐতিহাসিক স্থান আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰেই এই ৰে'লৰ উদ্দেশ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 17, 2022
in মুখ্য সংবাদ
অৱশেষত আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! ১,৫০০ যাত্ৰীয়ে একেলগে  কৰিব পাৰে যাত্ৰা
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! দক্ষিণ ৰে’লৱেৰ চিপিআৰঅ’  বি গুগনেছানৰ মতে, এই ৰে’লখনত ১,৫০০ যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব পাৰে ।ই হৈছে  ‘ভাৰত গৌৰৱ আঁচনি’ৰ অধীনত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’ল ।

ভাৰত গৌৰৱ ৰে’লখন ১৪ জুন (মঙলবাৰে)ৰ সন্ধিয়া ৬ বজাত কইম্বাটুৰ উত্তৰৰ পৰা চাই নগৰ শিৰডীলৈ ৰাওনা হয় আৰু ১৬ জুন(বৃহস্পতিবাৰে)ৰ পুৱা ৬.২৫ বজাত চাই নগৰ শিৰডীত উপস্থিত হয় । এই বিশেষ ৰে’লখনে ১৫০০ জন লৈকে যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা বহন কৰে। ‘ভাৰত গৌৰৱ আঁচনি’ৰ অধীনত দেশৰ প্ৰথম ব্যক্তিগত উদ্যোগৰে ৰে’ল আৰম্ভ কৰা দক্ষিণ ৰে’লৱে (SR) অঞ্চলটো দেশৰ ভিতৰতে প্ৰথম অঞ্চল হিচাপে পৰিগণিত হৈছে ৷ উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে ১৪ জুনত আৰম্ভ হৈছিল এই ৰে’ল যাত্ৰা ।

ৰে’লৱেৰ মতে, ৰে’লখনে প্ৰতি মাহে কমেও তিনিবাৰ ভ্ৰমণ কৰিব পাৰিব। জানিব পৰা মতে ভাৰতীয় ৰে’লৱেয়ে ৰে’লখন পৰৱৰ্তী দুবছৰৰ বাবে লীজত এটা ব্যক্তিগত সেৱা কোম্পানীক হস্তান্তৰ কৰিছে।

ৰে’লখনত  প্ৰথম শ্ৰেণীৰ এচি, দ্বিতীয় এচি, তৃতীয় এচি কোচ, স্লিপাৰ কোচকে ধৰি মুঠ ২০ টা ডবা আছে। ইয়াৰ বাহিৰেও, এটা হাউচ কিপিং, সুস্বাদু নিৰামিষ আহাৰ আৰু আন বহুতো সুবিধা উপলব্ধ ৰে’লখনত। ইফালে সেৱা প্ৰদানকাৰীয়ে ২ বছৰৰ বাবে দক্ষিণ ৰে’লৱেক সুৰক্ষা হিচাপে ১ কোটি টকা পৰিশোধ কৰিছে।

উল্লেখ্য যে, ২০২১ চনৰ ২৩ নৱেম্বৰত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ  সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই ‘ভাৰত গৌৰৱ’ ৰে’লখনৰ নাম  ঘোষণা কৰিছিল। এই প্ৰকল্পৰ অন্যতম উদ্দেশ্য হৈছে ভাৰতৰ ঐতিহাসিক স্থান আৰু সমৃদ্ধ সাংস্কৃতিক, ঐতিহ্যক ৰে’লৱেৰ দ্বাৰা সংযোগ কৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি অধিকসংখ্যক লোকক আকৰ্ষিত কৰা।

Previous Post

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

Next Post

অৱশেষত বৃদ্ধি কৰা হ’ল অগ্নিপথ আঁচনিৰ প্ৰৱেশৰ বয়স সীমা

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
অৱশেষত বৃদ্ধি কৰা হ’ল অগ্নিপথ আঁচনিৰ প্ৰৱেশৰ বয়স সীমা

অৱশেষত বৃদ্ধি কৰা হ’ল অগ্নিপথ আঁচনিৰ প্ৰৱেশৰ বয়স সীমা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7