VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘন জংঘলত উদ্ধাৰ অৰুণাচলৰ পৰা সন্ধানহীন হোৱা অসমৰ ৫ শ্ৰমিকৰ মৃতদেহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2022
in মুখ্য সংবাদ
ঘন জংঘলত উদ্ধাৰ অৰুণাচলৰ পৰা সন্ধানহীন হোৱা অসমৰ  ৫ শ্ৰমিকৰ মৃতদেহ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ কুৰুং কুমেয় জিলাৰ দর্গম সীমান্ত অঞ্চলৰ পৰা  বিগত এপষেক ধৰি নিৰুদ্দেশ হোৱা ১৯ জন শ্ৰমিকৰ ভিতৰত পাঁচজনৰ মৃতদেহ ঘন অৰণ্যত উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে যোৱা দুদিনমানত হুৰি আৰু তাপাৰ মাজৰ ঘন অৰণ্যত অভিযান চলাই পাঁচটা মৃতদেহ উদ্ধাৰ কৰে ৷  কুৰুং কুমেয়ৰ উপাযুক্ত নিঘী বেঙীয়াই জানিবলৈ দিয়ে এই কথা ৷  এই প্ৰসংগতে তেওঁ কয় -‘বিভিন্ন স্থানত মৃতদেহ উদ্ধাৰ কৰা হৈছে  ৷  এটা ২৫ জুলাইত, তিনিটা ২৬ জুলাইত আৰু এটা ২৮ জুলাইত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷” পাঁচটা মৃতদেহ উদ্ধাৰৰ লগে লগে মৃত্যু হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে বুলিও তেওঁ কয়।  তেওঁ সদৰী কৰা অনুসৰি হিকমত আলীৰ মৃতদেহ ফুৰাক নদীত উটি আহিছিল ৷ মৃতদেহসমূহ সম্পূর্ণৰূপে গেলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ভাৰত-চীন সীমান্তৰ জিলা সদৰ ক’ল’ৰিয়াঙৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডামিন চক্ৰৰ  পথ নিৰ্মাণস্থলীৰ পৰা যোৱা ৫ জুলাইত পলায়ন কৰিছিল অসমৰ শ্ৰমিক কেইজন। ইয়াৰ পিছতে আঠ আৰু ১১ জনীয়া দুটা গোটত ভাগ হৈ  খোজকাঢ়ি নিজৰ ঘৰলৈ ৰাওনা হয় আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে।

এতিয়ালৈকে দহজন শ্ৰমিকক জীৱন্তে  উদ্ধাৰ কৰা হৈছে ৷ অৱশ্যে নিৰুদ্দেশ হোৱা বাকী তিনিজন শ্ৰমিক মৃত বা জীৱিত  অৱস্থাত উদ্ধাৰ নোহোৱা পৰ্যন্ত তালাচী অভিযান অব্যাহত ৰাখিবলৈ আৰক্ষী, এছ ডি আৰ এফ আৰু স্থানীয় দলক নিৰ্দেশ দিয়া বুলি জিলা উপায়ুক্তগৰাকীয়ে কয়। ২৩ জুলাইত অনুসন্ধান অভিযান আৰম্ভ কৰা বায়ু সেনাৰ হেলিকপ্টাৰে বেয়া বতৰৰ বাবে  অভিযান স্থগিত ৰাখিছে ৷বতৰ উন্নত হ’লেই  অভিযান পুনৰ আৰম্ভ হ’ব ৷ উপায়ুক্তগৰাকীয়ে জনোৱা মতে,  মৃতদেহ উদ্ধাৰ হোৱা শ্ৰমিককেইজন হৈছে  ফৰিজুল হক, মইজাল হক, সোহৰ আলী আৰু আবুল হুছেইনৰ। পঞ্চমটো মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাইআনহাতে জীৱন্তে উদ্ধাৰ কৰা শ্ৰমিক কেইজন হৈছে খাইৰুল ইছলাম (২৬), মজিদুল আলী (৩০), মনোহৰ হুছেইন (১৮), ইনামুল হুছেইন (১৮), জয়নাল আলী (৪৫), হামিদুল হুছেইন, আব্দুল আমিন, ইব্ৰাহিম আলী, খোলেবুদ্দিন শ্বিয়ক (২৭) আৰু ছামিদুল শ্বেইক (১৯) ৷

Previous Post

‘দেশী বস্তু’ বুলি কিহক আঙুলিয়ালে দেশী গাৰ্ল প্ৰিয়ংকাই ?

Next Post

গুৱাহাটীৰ ছয় মাইলৰ পেলেচিয়া এপাৰ্টমেণ্টত অগ্নিকাণ্ড

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
গুৱাহাটীৰ ছয় মাইলৰ পেলেচিয়া এপাৰ্টমেণ্টত অগ্নিকাণ্ড

গুৱাহাটীৰ ছয় মাইলৰ পেলেচিয়া এপাৰ্টমেণ্টত অগ্নিকাণ্ড

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7