VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান

৯৭ বছৰ বয়সত দেহাৱসান স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 3, 2022
in মুখ্য সংবাদ
স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

সকলোকে শোকস্তব্ধ কৰি   অসমৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ আজি পুৱা দেহাৱসান ঘটে ৷  ৯৭ বছৰ বয়সত গুৱাহাটীত মৃত্যু হয়  মহান ব্যক্তিগৰাকীৰ ৷ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে পুৱা প্ৰায় ৪.২০ বজাত গুৱাহাটীৰ শিলপুখুৰী এলেকাৰ কৰ্ণচল পথত থকা নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়।

১৯২৫ চনৰ ১৭ ছেপ্টেম্বৰত ৰাজ্যখনৰ বজালী জিলাৰ পাটাচাৰকুচিত  জন্ম হৈছিল যতীন গোস্বামীৰ। স্বাধীনতা সংগ্ৰামৰ সময়তো তেওঁ এক সক্ৰিয় ভূমিকা পালন কৰিছিল ।তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি পৰিছে গভীৰ শোকৰ ছাঁ ৷ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আদি কৰি বহু নেতৃস্থানীয় ব্যক্তিয়ে ৷

Previous Post

বেংক প্ৰৱঞ্চনাৰে ধন আত্মসাৎঃ দুই ব্যৱসায়ীৰ ৪১৫ কোটি টকাৰ সম্পত্তি জব্দ

Next Post

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ'ই

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7