VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পোহৰলৈ আহিছে ন-ন তথ্য, দিল্লীৰ পৰা ডুবাইলৈ মহিলাৰ সৈতে সম্পর্ক আছিল আফতাবৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 8, 2023
in মুখ্য সংবাদ
শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পোহৰলৈ আহিছে ন-ন তথ্য, দিল্লীৰ পৰা ডুবাইলৈ মহিলাৰ সৈতে সম্পর্ক আছিল আফতাবৰ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন-ন তথ্য ৷ অভিযুক্তি আফতাবৰ আছে মহিলাৰ প্ৰতি বিশেষ আসক্তি ৷ একাধিক মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আফতাবৰ । কেবল দেশৰে নহয়, বিদেশৰ মহিলাৰ সৈতেও সম্পর্ক আছিল আফতাবৰ ৷ অভিযোগনামাত এই কথা উল্লেখ কৰিছে দিল্লী আৰক্ষীয়ে।

শ্ৰদ্ধাৰ উপৰিও প্ৰাথমিক তদন্তৰ সময়ত আফতাবৰ আন এগৰাকীৰ সৈতে সম্পৰ্ক থকা বুলি আৰক্ষীয়ে গম পায়। এই সম্পৰ্কক লৈ শ্ৰদ্ধা আৰু আফতাবৰ মাজত যথেষ্ট  মতবিৰোধ হৈছিল। কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এই হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আফতাবৰ এগৰাকীতকৈ অধিক মহিলাৰ সৈতে সম্পৰ্ক আছিল। দিল্লীৰ পৰা ডুবাইলৈকে মহিলাৰ লগত সম্পর্ক আছিল আগতাবৰ ৷

তদন্তৰ আৰম্ভণিতে আৰক্ষীয়ে কয় যে শ্ৰদ্ধাৰ হত্যাৰ পিছত আফতাবে ডেটিং এপৰ ​​জৰিয়তে এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সঘনাই মহিলা গৰাকীক নিজৰ ফ্লেটলৈ লৈ আহিছিল। কিন্তু আৰক্ষীৰ তদন্তত পিছত গম পোৱা গৈছে যে আফতাবৰ কেইবাগৰাকীও মহিলাৰ সৈতে সম্পৰ্ক পোহৰলৈ অহাৰ পিছত সেই মহিলাগৰাকীৰ সৈতে তেওঁৰ সমস্যাও আৰম্ভ হৈছিল।

শ্ৰদ্ধাক হত্যা কৰাৰ পূৰ্বে আফতাব মুম্বাইৰ সমীপৰ ভাছাইলৈ গুচি যায়। ইয়াৰ পিছত তেওঁ তাৰ পৰা দিল্লীলৈ গুচি যায়। ইয়াৰ পিছত যোৱা বছৰৰ ১৮ মে’ত আফতাবে শ্ৰদ্ধাৰ মৃতদেহ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

Previous Post

উপগ্ৰহ নহয়, এয়াৰ বেলুনেৰে চীনে আৰম্ভ কৰিছে চোৰাংচোৱাগিৰি, কি কি সকীয়নি আমেৰিকাৰ !!

Next Post

বৃহৎ ভূমিকম্পৰ আগে পিছে কিয় অনুভূত হয় আফটাৰশ্বক বা ফৰশ্বক ? কি এই আফটাৰশ্বক বা ফৰশ্বক!!

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
বৃহৎ ভূমিকম্পৰ আগে পিছে কিয় অনুভূত হয়  আফটাৰশ্বক বা ফৰশ্বক ? কি এই আফটাৰশ্বক বা ফৰশ্বক!!

বৃহৎ ভূমিকম্পৰ আগে পিছে কিয় অনুভূত হয় আফটাৰশ্বক বা ফৰশ্বক ? কি এই আফটাৰশ্বক বা ফৰশ্বক!!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7