VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

জেনেৰেল মনোজ পাণ্ডে দেশৰ নতুন সেনা প্ৰধান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 30, 2022
in মুখ্য সংবাদ
জেনেৰেল মনোজ পাণ্ডে দেশৰ নতুন সেনা প্ৰধান
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

দেশৰ সেনা বাহিনীৰ মুৰব্বী হিচাপে আজি দায়িত্ব ভাৰ গ্ৰহণ কৰিলে জেনেৰেল মনোজ পাণ্ডেই ৷ তেওঁ হৈছে ২৯ তম সেনা প্ৰধান ৷ আজি জেনেৰেল এম এম নাৰাৱানে সেনা প্ৰধান হিচাপে  অৱসৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ দায়িত্ব গ্ৰহণ কৰে  ৷ উপ- সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জেনেৰেল পাণ্ডে কৰ্পছ অফ ইঞ্জিনিয়াৰৰ প্ৰথম বিষয়া হিচাপে বাহিনীটোৰ নেতৃত্ব দিব ৷

১ ফেব্ৰুৱাৰীত সেনাৰ উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূর্বে জেনেৰেল পাণ্ডে ইষ্টাৰ্ণ আৰ্মি কমাণ্ডৰ নেতৃত্ব দিছিল ৷ এই কামাণ্ডে ছিকিম আৰু অৰুণাচল প্ৰদেশত  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি)ৰ পহৰাৰ দায়িত্ব পালন কৰি আহিছে ৷ পাকিস্তান আৰু চীনৰ আগ্ৰাসনৰ বাবে  সীমান্তত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মাজতে  জেনেৰেল পাণ্ডেই ভাৰতীয় সেনাক নেতৃত্ব দিয়াৰ  দায়িত্ব গ্ৰহণ কৰিছে ৷

জেনেৰেল পাণ্ডেই আন্দামান এণ্ড নিকোবৰ কমাণ্ডৰ (চিএনচিএএন) কমাণ্ডাৰ-ইন-চীফ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷  যি  ভাৰতৰ একমাত্ৰ ত্ৰি-সেৱা কমাণ্ড।ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ  প্ৰাক্তন ছাত্ৰ পাণ্ডেক ১৯৮২ চনৰ ডিচেম্বৰত কৰ্পছ অফ ইঞ্জিনিয়াৰচ (দ্য বম্বে চেপাৰছ)ত নিযুক্তি দিয়া হৈছিল।

Previous Post

নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ

Next Post

মহামাৰীৰ লোকচানৰ পৰা পুনৰুদ্ধাৰ হ’বলৈ ভাৰতীয় অৰ্থনীতিক লাগিব পাৰে ১২ বছৰ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
মহামাৰীৰ লোকচানৰ পৰা  পুনৰুদ্ধাৰ হ’বলৈ ভাৰতীয় অৰ্থনীতিক লাগিব পাৰে ১২ বছৰ

মহামাৰীৰ লোকচানৰ পৰা পুনৰুদ্ধাৰ হ’বলৈ ভাৰতীয় অৰ্থনীতিক লাগিব পাৰে ১২ বছৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7