VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইৰাণত অধিক কঠোৰ আইন হ’ব প্ৰণয়নঃ হিজাব পৰিধান নকৰিলে ৫-১০ বছৰ কাৰাদণ্ড, ৭ লাখ টকা পর্যন্ত জৰিমনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 4, 2023
in মুখ্য সংবাদ
ইৰাণত অধিক কঠোৰ আইন হ’ব প্ৰণয়নঃ হিজাব পৰিধান নকৰিলে ৫-১০ বছৰ কাৰাদণ্ড, ৭ লাখ টকা পর্যন্ত জৰিমনা
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

প্ৰায় এবছৰ আগতে ইৰাণত হিজাব বিৰোধী আন্দোলনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাহছা আমিনি নামৰ এগৰাকী ২২ বছৰীয়া কিশোৰীক সঠিকভাৱে হিজাব পৰিধান নকৰাৰ বাবে ইৰাণৰ নৈতিক আৰক্ষীয়ে ৰাজপথৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পিছতে আৰক্ষীৰ জিম্মাত তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ বিৰুদ্ধে মাহছাক অত্যাচাৰ কৰাৰ অভিযোগ উঠে । এই ঘটনাৰ আধাৰত ইৰাণৰ বিভিন্ন প্ৰান্তত হিজাব বিৰোধী আন্দোলন আৰম্ভ হয়। কিন্তু চৰকাৰে হিজাব পৰিধানৰ ক্ষেত্ৰত শিথিলতা অনাৰ পৰিৱর্তে এইবাৰ  হিজাব আইনক অধিক কঠিন কৰি তোলাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে ঘোষণা কৰা হৈছে যে নতুন আইনৰ অধীনত ছোৱালীয়ে পোছাক পৰিধানৰ নিয়ম মানি নচলিলে ৫ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব। লগতে ভাৰতীয় মুদ্ৰাত ৭ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে ।

 

 

ইছলামিক দণ্ডবিধিৰ ৩৬৮ ধাৰাক হিজাব আইন বুলি কোৱা হয়। পূর্বেও হিজাব পৰিধান নকৰিলে  এই আইনখনৰ অধীনত শাস্তি দিয়া হৈছিল ৷ অৱশ্যে ১০ দিনৰ পৰা দুমাহলৈ কাৰাদণ্ড আৰু ভাৰতীয় মুদ্ৰাত ৯৭ টকাৰ পৰা ৯৭৭ টকা জৰিমনাৰ বিধি আছিল । এতিয়া সেইটোৱেই সৰ্বোচ্চ জৰিমনা ৭ লাখ টকা হোৱাৰ লগতে ৫ বছৰৰ পৰা ১০ বছৰলৈ কাৰাদণ্ডৰ সময়সীমা বৃদ্ধি কৰা হয় । স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যোৱা দুসপ্তাহত সমগ্ৰ দেশতে বৃদ্ধি পাইছে কুখ্যাত ‘নিতি-পুলিচ’ৰ টহল। প্ৰশাসনৰ মতে ইৰাণত ছোৱালীৰ বাবে হিজাব পৰিধান কৰাটো বাধ্যতামূলক। ৰাজহুৱা স্থানত সঠিকভাৱে মূৰ ঢাকি নোলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আইন মানি চলাত ব্যৰ্থ হ’লে গ্ৰেপ্তাৰ কৰা হ’ব।

 

 

কেৱল হিজাব পৰিধান কৰাই নহয়, ছোৱালীয়ে ‘সতীত্ব’ বজাই ৰাখিব লাগিব। কিন্তু যদিহে মূৰটো ভালদৰে ঢাকি নাথাকে তেন্তে ইয়াক সৰ্বোচ্চ অপৰাধ বুলি গণ্য কৰা হ’ব। কোনো চেলিব্ৰিটিয়ে যদি আইন ভংগ কৰে তেন্তে শাস্তি অধিক কঠোৰ হ’ব বু;লিও উল্লেখ কৰা হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব নোৱাৰিব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে। যদি কোনো ব্যৱসায়ীয়ে তেওঁৰ মহিলা কৰ্মচাৰীক হিজাব পৰিধানৰ পৰা ৰেহাই দিয়ে তেন্তে ব্যৱসায়ীজনক তিনি মাহৰ লভ্যাংশৰ জৰিমনা বিহা হ’ব। বিশ্ববিদ্যালয়, প্ৰশাসনিক কাৰ্যালয়, উদ্যান, পৰ্যটন কেন্দ্ৰ, চিকিৎসালয়, পুৰুষ আৰু মহিলাৰ বিভাজন অধিক স্পষ্ট হ’ব।

Previous Post

প্ৰতিদ্বন্দ্বী জেহাদী গোটৰ আক্ৰমণত নিহত আই এছৰ শীৰ্ষ নেতা হুছেইন

Next Post

বিশ্ব চেম্পিয়নশ্বিপত পৰাস্ত হৈ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ভাৰতীয় ধনুৰ্বিদসকলে

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
বিশ্ব চেম্পিয়নশ্বিপত পৰাস্ত হৈ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ভাৰতীয় ধনুৰ্বিদসকলে

বিশ্ব চেম্পিয়নশ্বিপত পৰাস্ত হৈ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ভাৰতীয় ধনুৰ্বিদসকলে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7