VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী

১০,০০০টকা উৎকোচ লোৱাৰ সময়ত ধৰা পৰিল কাছাৰৰ মদন সিংহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 15, 2022
in মুখ্য সংবাদ
উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

উৎকোচ লোৱাৰ সময়তে কাছাৰত হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী ৷ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী কোষৰ চোৰাংচোৱাই আজি  অসমৰ কাছাৰ জিলাত উৎকোচৰ অভিযোগত এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে  এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে অভিযোগ কৰিছিল যে, তেওঁৰ পৰিৱৰ্তন ঋণ প্ৰক্ৰিয়াকৰণৰ বাবে উৎকোচ দাবী কৰিছিল কাছাৰৰ ট্ৰেজাৰী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ একাউণ্ট সহায়ক মদন সিংহই ৷

আজি ট্ৰেজাৰী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ একাউণ্ট সহায়ক মদন সিংহক ১০,০০০ টকাৰ উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পেলোৱাৰ লগতে ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী কোষৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত মদন সিংহক।

সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰৰ জৰিয়তে আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে জানিবলৈ দিয়ে, “আজি @DIR_VAC_ASSAMৰ এটা দলে ১০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰা কাছাৰৰ জ্যেষ্ঠ একাউণ্ট সহকাৰী  বিষয়া আৰু ট্ৰেজাৰী বিষয়া শ্ৰী মদন সিংহক  হাতে-লোটে ধৰা পেলাইছে। এজন অৱসৰপ্ৰাপ্ত ৰাজহুৱা কৰ্মচাৰীৰ অভিযোগ মৰ্মে, পৰিৱৰ্তন ঋণ প্ৰক্ৰিয়াকৰণৰ বাবে উৎকোচ দাবী কৰা হৈছিল।”

Today, a team of @DIR_VAC_ASSAM caught red handed Sh Madan Singha, Senior Account Assistant O/O Treasury officer, Cachar in his office receiving bribe of Rs 10000. The bribe was demanded for processing of commutation loan of the complainant, who is a retired public servant. pic.twitter.com/QjtSCQ1LPH

— GP Singh (@gpsinghips) June 15, 2022

 

Previous Post

অযোধ্যাত পূজা-অর্চনা কৰিব আদিত্য থাকৰেই , কটাক্ষ বিজেপি বিধায়কৰ

Next Post

বান পৰিস্থিতিৰ তদাৰকীৰ বাবে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ মুকলি ৰঙিয়া মহকুমা প্ৰশাসনৰ

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
বান পৰিস্থিতিৰ তদাৰকীৰ বাবে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ মুকলি ৰঙিয়া মহকুমা প্ৰশাসনৰ

বান পৰিস্থিতিৰ তদাৰকীৰ বাবে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ মুকলি ৰঙিয়া মহকুমা প্ৰশাসনৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7