VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

এইবাৰ গৃহস্থ বিহীন ঘৰখনত আলহীয়েই পালন কৰিব লাগিব নেকি গৃহস্থৰ ভূমিকা ?

১১ মে’ৰ পৰা আৰম্ভ হ’ব ২০২২বৰ্ষৰ গুণোৎসৱ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 30, 2022
in মুখ্য সংবাদ
এইবাৰ গৃহস্থ বিহীন ঘৰখনত আলহীয়েই পালন কৰিব লাগিব নেকি গৃহস্থৰ ভূমিকা ?
0
SHARES
66
VIEWS
Share on FacebookShare on Twitter

অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব ২০২২বৰ্ষৰ গুণোৎসৱ ৷ শিশুৰ বিদ্যায়তনিক গাঁথনিৰ বাবে অসম চৰকাৰে অনু্ষ্ঠিত কৰা গুণোৎসৱে নিশ্চয়কৈ উপকৃত কৰিব ছাত্ৰ-ছাত্ৰীক ৷ কিন্তু শেহতীয়াকৈ গুণোৎসৱ সন্দৰ্ভত প্ৰকাশিত হোৱা এক নিৰ্দেশনাই হতাশ কৰিছে শিক্ষক সকলক ৷ যিহেতু নিৰ্দেশনা খনৰ  এটি নিৰ্দেশত কোৱা হৈছে যে-এইবাৰ ক্লাষ্টাৰৰ ভিতৰত বিদ্যালয়সমূহৰ মাজত সালসলনি কৰা হ’ব শিক্ষক সকলক৷ বিগত কেইবাৰৰ দৰে  নিজৰ নিজৰ বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ সালসলনি হ’ব শিক্ষসকলৰ স্থান ৷ নিজৰ বিদ্যালয়ত থাকিব নোৱাৰিব শিক্ষক সকল ৷  ক্লাষ্টাৰৰ ভিতৰত বিদ্যালয়সমূহৰ মাজত সালসলনি কৰা হ’ব শিক্ষক ৷ কিন্তু অসমত এনে বহু বিদ্যালয় আছে য’ত মাত্ৰ এজন শিক্ষকেই বিদ্যালয়খন পৰিচালনা কৰি আছে ৷নিজৰ বিদ্যালয় এৰি আন বিদ্যালয়লৈ যাবলগীয়া হ’লে কি হ’ব বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অৱস্থা ?

এতিয়া প্ৰশ্ন হ’ল অসমৰ বহু ঠাইত এজন শিক্ষকেৰে এখন বিদ্যালয় চলাই থকা চৰকাৰ খনে কি পদক্ষেপ ল’ব এই ক্ষেত্ৰত ? গৃহস্থ বিহীন ঘৰ অৰ্থাৎ বিদ্যালয় এখনলৈ গৈ কেনেকৈ গুণোৎসৱ পালন কৰিব আন বিদ্যালয়ৰ শিক্ষক এজনে?

Previous Post

পুঠিমাৰী নদীৰ মথাউৰি সবলীকৰণ আচঁনিৰ শুভ উদ্বোধন বিধায়ক দিগন্ত কলিতাৰ

Next Post

৫৪ বছৰ বয়সত মৃত্যুক আকোঁৱালি ল’লে জনপ্ৰিয় কণ্ঠশিল্পী তাজে

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
৫৪ বছৰ বয়সত মৃত্যুক আকোঁৱালি ল’লে  জনপ্ৰিয় কণ্ঠশিল্পী  তাজে

৫৪ বছৰ বয়সত মৃত্যুক আকোঁৱালি ল’লে জনপ্ৰিয় কণ্ঠশিল্পী তাজে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7