VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰচণ্ড গৰমঃ বিদ্যালয়ৰ সময় ৭ বজাৰ ১২ বজালৈ আগুৱাই দিয়া হ’ল এইখন ৰাজ্যত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 3, 2022
in মুখ্য সংবাদ
প্ৰচণ্ড গৰমঃ বিদ্যালয়ৰ সময় ৭ বজাৰ ১২ বজালৈ আগুৱাই দিয়া হ’ল এইখন ৰাজ্যত
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে উত্তৰ আৰু মধ্য ভাৰত ৷ পাৰাস্তম্ভই অতিক্ৰম কৰিছে ৪৫ ডিগ্ৰী চেলছিয়াছৰ ঘৰ ৷ যাৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা  ৷ কেইবাখনো ৰাজ্যত সালসলনি কৰা হৈছে বিদ্যালয় আৰু কার্যালয় খোলাৰ সময় সূচী ৷ হাৰিয়ানা চৰকাৰে সোমবাৰে এক জাননীৰ জৰিয়তে ৰাজ্যখনত হোৱা গ্ৰীষ্ম প্ৰবাহৰ বাবে বুধবাৰৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আগুৱাই দিয়া হৈছে।হাৰিয়ানাৰ অতিৰিক্ত মুখ্য সচিব ড০ মহাবীৰ সিঙে এক চৰকাৰী বিজ্ঞপ্তিত কয়, “সমগ্ৰ হাৰিয়ানাতে হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ  বাবে, সকলো বিদ্যালয়ৰ (চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়) সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সলনি কৰা হৈছে।“

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে উত্তৰ-পশ্চিম ভাৰতৰ বাবে ‘ইয়েল’ সতৰ্কবাণী জাৰি কৰিছে ৷ আইএমডিৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কয় যে  তেওঁলোকৰ বিশ্লেষণ অনুসৰি দিল্লী, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ বেছিভাগ অঞ্চলত গ্ৰীষ্ম প্ৰৱাহ শেষ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় “আমি আগজাননী দিয়াৰ দৰেই  যোৱা ৩০ এপ্ৰিলত উৰিষ্যা আৰু বংগত গ্ৰীষ্ম প্ৰৱাহ নাইকিয়া  হৈছিল। অহা দুই-তিনি দিনৰ ভিতৰত তীব্ৰ বতাহ-বৰষুণ  হ’ব । আমি উত্তৰ-পশ্চিম ভাৰতক ইয়েল সতৰ্কবাণী দিছো । দিল্লীত মুখ্যতঃ ৩ মে’ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজস্থান, দিল্লী, হাৰিয়ানা আৰু পঞ্জাৱত   তীব্ৰ বতাহ-বৰষুণ হ’ব পাৰে ৷”

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ  পূৰ্বানুমান অনুসৰি  হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা-চণ্ডিগড়-দিল্লী, দক্ষিণ উত্তৰ প্ৰদেশ, কচ্ছ আৰু পূব ৰাজস্থানৰ বিভিন্ন অংশত  তাপমাত্ৰা হ্ৰাস পাব ৷ দিল্লী, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা-চণ্ডিগড়, পূব ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ কিছু অংশত সোমবাৰৰ পৰা বতৰ  আংশিক ডাৱৰীয়া হোৱাৰ আগজাননী দিছে ৷

যোৱা কেইসপ্তাহমানৰ পৰা, দেশৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হৈ আছে ৷ উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত তাপমাত্ৰা  গড় সৰ্বাধিক  ক্ৰমান্বয়ে ৩৫.৯ আৰু ৩৭.৭৮ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছে ৷

 

Previous Post

ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধত কোনো এটা পক্ষই জয়ী হ’ব নোৱাৰে : প্ৰধানমন্ত্ৰী মোদী

Next Post

শৰণার্থীক সহায় কৰিবলৈ ইউক্ৰেইনৰ যুদ্ধভূমিত এঞ্জেলিনা জলী, এয়াৰ ষ্ট্ৰাইকৰ চাইৰেন শুনি আশ্ৰয় ল’বলগীয়া হ’ল সুৰক্ষিত স্থানত

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
শৰণার্থীক সহায় কৰিবলৈ ইউক্ৰেইনৰ যুদ্ধভূমিত এঞ্জেলিনা জলী, এয়াৰ ষ্ট্ৰাইকৰ চাইৰেন শুনি আশ্ৰয় ল’বলগীয়া হ’ল সুৰক্ষিত স্থানত

শৰণার্থীক সহায় কৰিবলৈ ইউক্ৰেইনৰ যুদ্ধভূমিত এঞ্জেলিনা জলী, এয়াৰ ষ্ট্ৰাইকৰ চাইৰেন শুনি আশ্ৰয় ল’বলগীয়া হ’ল সুৰক্ষিত স্থানত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7