VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সাত মাহৰ পাছত খুলিল আফগানিস্তানৰ বিদ্যালয়, পুনৰ শ্ৰেণীকোঠালৈ ওভতিছে শিক্ষার্থী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 23, 2022
in মুখ্য সংবাদ
সাত মাহৰ পাছত খুলিল আফগানিস্তানৰ বিদ্যালয়, পুনৰ শ্ৰেণীকোঠালৈ ওভতিছে শিক্ষার্থী
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ সাত মাহৰ  পিছত মাধ্যমিক বিদ্যালয়সমূহ খুলিবলৈ অনুমতি প্ৰকাশ কৰিছে ৷  ইয়াৰ লগে লগে বুধবাৰৰ পৰা বিদ্যালয়সমূহলৈ পুনৰ  ছাত্ৰীসকল ওভতি অহা  পৰিলক্ষিত হৈছে ৷ শাসনৰ গাদী দখল কৰাৰ পাছতে তালিবানে মহিলাসকলে শিক্ষা গ্ৰহণকে ধৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ যোৱা আগষ্টত তালিবানে দায়িত্ব লোৱাৰ সময়ত কোভিড মহামাৰীৰ বাবে সকলো বিদ্যালয় বন্ধ আছিল ৷  কিন্তু দুমাহ পিছত  বিদ্যালয়সমূহ খোলা হৈছিল যদিও কেৱল ছাত্ৰকহে শিক্ষাগ্ৰহনৰ অনুমতি দিয়া হৈছিল ৷

শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি  ৰাজধানী কাবুলকে ধৰি কেইবাখনো প্ৰদেশত বুধবাৰে বিদ্যালয়সমূহ পুনৰ খোলা হৈছে ৷  কিন্তু তালিবানৰ ঘাটিস্বৰূপ কান্দাহাৰৰ দক্ষিণ অঞ্চলৰ বিদ্যালয়সমূহ অহা মাহলৈ বন্ধ থাকিব ৷   অৱশ্যে ইয়াৰ বাবে কোনো কাৰণ তেওঁলোকে প্ৰকাশ কৰা নাই ৷ তদুপৰি হেৰাট আৰু পাঞ্জশিৰৰ দৰে আন প্ৰদেশৰ বিদ্যালয়সমূহ এতিয়াও খুলিবলৈ বাকী আছিল।

মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি  বিদ্যালয়সমূহ পুনৰ খোলাটো সদায় চৰকাৰৰ উদ্দেশ্য আছিল আৰু তালিবানৰ পৰা  চাপৰ সন্মুখীন হোৱা নাছিল।মন্ত্ৰালয়ৰ  মুখপাত্ৰ আজিজ আহমেদ ৰায়ানে কয়-, “আমি আন্তৰ্জাতিক সম্প্ৰদায়ক সুখী কৰিবলৈ বিদ্যালয়সমূহ পুনৰ খোলা নাই, বা বিশ্বৰ পৰা স্বীকৃতি লাভ কৰিবলৈ এই কাম কৰা নাই। আমি আমাৰ শিক্ষাৰ্থীসকলক শিক্ষা আৰু অন্যান্য সুবিধা প্ৰদান কৰাৰ দায়িত্বৰ অংশ হিচাপে বিদ্যালয়সমূহ খুলি দিছো ৷ “

 

 

Previous Post

হ্ৰাস পালে সোণ–ৰূপৰ মূল্য

Next Post

হিৰ’ মটোকৰ্পৰ অধ্যক্ষ পৱন মুঞ্জালৰ ঘৰ-কার্যালয়ত আয়কৰৰ তালাচী

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
হিৰ’ মটোকৰ্পৰ অধ্যক্ষ পৱন মুঞ্জালৰ ঘৰ-কার্যালয়ত আয়কৰৰ তালাচী

হিৰ’ মটোকৰ্পৰ অধ্যক্ষ পৱন মুঞ্জালৰ ঘৰ-কার্যালয়ত আয়কৰৰ তালাচী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7