VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাছ ধৰাৰ বাবে পৰিয়ালক নিদিয়ে সময় , বিৰক্ত হৈ পত্নীয়ে বিছাৰিলে বিবাহ বিচ্চেদ, ক’ত ঘটিল এই ঘটনা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 20, 2022
in মুখ্য সংবাদ
মাছ ধৰাৰ বাবে পৰিয়ালক নিদিয়ে সময় , বিৰক্ত হৈ পত্নীয়ে বিছাৰিলে বিবাহ বিচ্চেদ, ক’ত ঘটিল এই ঘটনা ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

মৎস্যচিকাৰত থকা চখৰ বাবেই পৰিয়ালক সময় নিদিয়া স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্চেদৰ গোচৰ তৰিলে এগৰাকী মহিলাই ৷ এই ঘটনা চীনৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি লোকজনে দিন নিশা  মাছ মাৰি  সময় কটায়। যাৰ বাবে সময় পাৰ হৈ যোৱাৰ লগে লগে তেওঁৰ লগত থকাটো অসম্ভৱ হৈ পৰিছিল পত্নীৰ বাবে । সেইবাবেই পত্নীয়ে ১০ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছিল। মহিলা গৰাকী আদালতৰ দ্বাৰস্থ  হয় ৷

মহিলাগৰাকীয়ে ন্যায়াধীশক কয় যে তেওঁৰ স্বামীয়ে মাছ ধৰাৰ প্ৰতি অতি আকৰ্ষিত। দিনে ৰাতিয়ে মাছ ধৰাত সময় কটায়। সংসাৰৰ প্ৰতি তেওঁৰ কোনো গুৰুত্ব নাই। বিবাহৰ ১০ বছৰত পৰিয়ালটোক কোনো সময় নিদিয়াৰ অভিযোগ পত্নীৰ। গতিকে অৱশেষত তেওঁ বিবাহ বিচ্ছেদৰ অনুৰোধ জনাই আদালতৰ কাষ চাপিছে।

মহিলাগৰাকীৰ আৱেদন অনুসৰি গোচৰৰ শুনানিৰ বাবে এটা দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু অভিযোগ অনুসৰি শুনানিৰ তাৰিখো পাহৰি গৈছিল যুৱকজনে। সেইদিনাও তেওঁ আন দিনাৰ দৰে মাছ ধৰাত ব্যস্ত আছিল। তেওঁৰ এই কৃতিত্বই বিচাৰককো আচৰিত কৰি তোলে ৷

পূব চীনত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত যুৱকজনৰ নাম ছান। তেওঁৰ পত্নী ঝাঙে কয় যে তেওঁ ১০ বছৰ ধৰি অকলেই  আছে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি শিশুৰ শিক্ষালৈকে তেওঁ সকলো দিশ চম্ভালিব লাগিব। স্বামীয়ে কেৱল মাছ ধৰে। ইয়াৰ বাহিৰেও তেওঁ আজৰি সময়খিনি শুই বহি, মোবাইল ব্যৱহাৰ কৰি কটায়। বিৰক্ত হৈ তেওঁ বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে।

যেতিয়া মহিলা গৰাকীয়ে স্বামীক বিবাহ বিচ্ছেদৰ কথা ক’লে, তেতিয়া তেওঁ মান্তি হয় বুলি ঝাঙে প্ৰকাশ কৰিছে । আদালতৰ নিৰ্দেশ অনুসৰি মহিলা গৰাকীয়ে শুনানিৰ তাৰিখ স্বামীক অৱগত কৰে। কিন্তু নিৰ্দিষ্ট দিনত ছান আদালতত হাজিৰ নহ’ল  । তেওঁৰ সন্ধান লোৱাত আদালত অৱগত হয় যে  তেওঁ তেতিয়াও মাছ ধৰি আছে। অৱশ্যে মাতি অনাৰ পিছতে আদালতত হাজিৰ হয় অভিযুক্ত ছান।

আদালতৰ আগত ছানে কয় যে তেওঁ পত্নীৰ অভিযোগ শুনি শুনি ভাগৰি পৰিছে। গতিকে বিচ্ছেদত তেওঁৰ কোনো আপত্তি নাই। আদালতে দম্পতীহালৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ চেষ্টা চলাইছিল। ছানক ন্যায়াধীশে পৰিয়ালটোৰ সৈতে অধিক সময় কটাবলৈ নিৰ্দেশ দিয়ে। কিন্তু তেওঁ তেনে কৰিবলৈ অস্বীকাৰ কৰে ৷

সকলো প্ৰচেষ্টা বিফল হোৱাত আদালতে দম্পতীহালক বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হয়। এই প্ৰসংগত বিচাৰকগৰাকীয়ে কয় যে মাছ ধৰাটো বেয়া কথা নহয়। কিন্তু সকলোৰে এটা সীমা থাকে। বিয়া হ’লে স্বামী বা পত্নী হিচাপে পৰিয়ালৰ দায়িত্ব ল’ব লাগিব। মাছ ধৰাটো পৰিয়ালৰ উর্ধত হ’ব পাৰে ৷

Previous Post

আজি জনতা ভৱনত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী

Next Post

পাকিস্তানে কাটাছ ৰাজ শিৱ মন্দিৰ পৰিদর্শন কৰিবলৈ ৯৬ জন ভাৰতীয় হিন্দু-শিখ ভক্তক ভিছা

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
পাকিস্তানে কাটাছ ৰাজ শিৱ মন্দিৰ পৰিদর্শন কৰিবলৈ ৯৬ জন ভাৰতীয় হিন্দু-শিখ ভক্তক ভিছা

পাকিস্তানে কাটাছ ৰাজ শিৱ মন্দিৰ পৰিদর্শন কৰিবলৈ ৯৬ জন ভাৰতীয় হিন্দু-শিখ ভক্তক ভিছা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7