VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বিমান হাইজেক কৰি যাত্ৰীৰ ডিঙি কাটি হত্যা কৰা ইছলামিক সন্ত্ৰাসবাদীক পাকিস্তানত গুলীয়াই হত্যা, কোন এইজন নৃশংস উগ্ৰবাদী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 9, 2022
in মুখ্য সংবাদ
বিমান হাইজেক কৰি যাত্ৰীৰ ডিঙি কাটি হত্যা কৰা ইছলামিক সন্ত্ৰাসবাদীক পাকিস্তানত গুলীয়াই হত্যা, কোন এইজন নৃশংস উগ্ৰবাদী
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

১৯৯৯ চনত কাঠমাণ্ডুৰ পৰা দিল্লীলৈ ৰাওনা হোৱা  আইচি-৮১৪ ইণ্ডিয়ান এয়াৰলাইনছৰ বিমানখন হাইজেকৰ ঘটনাৰ সৈতে জড়িত থকা দুধর্ষ সন্ত্ৰাসবাদী কেইজনৰ অন্যতম মিস্ত্ৰী জহুৰ ইব্ৰাহিম নিহত হৈছে ৷ পাঁচজন অপহৰণকাৰীৰ ভিতৰত আটাইতকৈ দুধর্ষ তথা নৃশংস মিস্ত্ৰী জহুৰ ইব্ৰাহিমক পাকিস্তানৰ কৰাচীত গুলীয়াই হত্যা কৰা হৈছে । বিগত কেইবা বছৰ ধৰি “জাহিদ আখুন্দ” নামেৰে ভূৱা  পৰিচয়েৰে   বসবাস কৰি থকা জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদীজনক ১ মাৰ্চত কৰাচীৰ আখটাৰ কলনীত পইণ্ট-ব্লেংক ৰেঞ্জত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে ৷  মিস্ত্ৰীয়ে  বিমান হাইজেকৰ সময়ত এজন ২৫ বছৰীয়া ভাৰতীয় ব্যক্তিক ছুৰীকাঘাত কৰি হত্যা কৰিছিল ৷

মিস্ত্ৰী কৰাচীৰ আখটাৰ কলনীৰ ভিতৰত অৱস্থিত ক্ৰিচেণ্ট ফাৰ্নিচাৰৰ গৰাকী আছিল। ৰৌফ আছগৰে কৰাচীত আখুন্দৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূর্বে অনুষ্ঠিত  শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ৰৌফ হৈছে জৈশ-ই-মহম্মদৰ কাৰ্যবাহী মুৰব্বী আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰতিষ্ঠাপক মাছুদ আজহাৰৰ ভাতৃ।

উল্লেখ্য যে ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত নেপালৰ পৰা পাঁচজন সন্ত্ৰাসবাদীয়ে ১৭৯ জন যাত্ৰী আৰু ১১ জন কৰ্মচাৰীৰ সৈতে ইণ্ডিয়ান এয়াৰলাইনছৰ আইচি-৮১৪ বিমানখন হাইজেক কৰিছিল।  জহুৰ ইমানেই নৃশংস আছিল যে বিমানৰ যাত্ৰীৰ ডিঙি কাটি হত্যা কৰিছিল ৷ অপহৰণকাৰীসকলে ২৫ বছৰীয়া ৰুপিন কাতিয়ালক মৃত্যুদণ্ড দিছিল ৷অৱশেষত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰত ভয়ংকৰ ইছলামিক সন্ত্ৰাসবাদী মাছুদ আজহাৰ আলভি, চৈয়দ ওমৰ শ্বেখ আৰু মুস্তাক আহমেদ জাৰ্গাৰক   ভাৰতীয় কাৰাগাৰৰ পৰা মুক্তিৰ বিনিময়ৰ চর্ত আৰোপ কৰিছিল ৷

 

Previous Post

পুত্ৰৰ স’তে দেশ এৰিবলৈ বাধ্য হ’ল মিছ ইউক্ৰেইন

Next Post

গুৱাহাটীত অনুমতি অবিহনে আহৰণ কৰিছে নেকি ভূ-গর্ভস্থ পানী ! আপোনাৰ বিৰুদ্ধেও হ’ব পাৰে ব্যৱস্থা!

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
গুৱাহাটীত  অনুমতি অবিহনে আহৰণ কৰিছে নেকি ভূ-গর্ভস্থ পানী ! আপোনাৰ বিৰুদ্ধেও হ’ব পাৰে ব্যৱস্থা!

গুৱাহাটীত অনুমতি অবিহনে আহৰণ কৰিছে নেকি ভূ-গর্ভস্থ পানী ! আপোনাৰ বিৰুদ্ধেও হ’ব পাৰে ব্যৱস্থা!

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7