VOICE 24x7
Tuesday, November 28, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বাহৰুখ খানক পালে জ্বলাই দিমঃ ক্ষান্ত হোৱা নাই পাঠান বিতর্ক,এইবাৰ কিং খানক সাধুৰ ভাবুকি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in মুখ্য সংবাদ
শ্বাহৰুখ খানক পালে জ্বলাই দিমঃ ক্ষান্ত হোৱা নাই পাঠান বিতর্ক,এইবাৰ কিং খানক সাধুৰ ভাবুকি
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

“পাঠান” ছবিখন অশ্লীল। মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই এই ছবিখন বৰ্জনৰ আহ্বান জনাইছে। ইয়াৰ পাছতে ভিন্ন ৰাজ্যত এতিয়া দাবী উঠিছে পাঠান নিষিদ্ধকৰণৰ ৷ মধ্য প্ৰদেশৰ পিছতে অযোধ্যা চহৰত ‘পাঠান’ ছবিখনক লৈ সৰ্বাধিক বিতৰ্কৰ সৃষ্টি হৈছে। সেই চহৰত শ্বাহৰুখ খান-দীপিকা পাডুকনৰ পোষ্টাৰ জ্বলাই দিয়া হৈছিল। এইবাৰ অযোধ্যাৰ সন্তসকলে ৰাজপথলৈ ওলাই আহি এই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদী কার্যসূচীতে পৰমহংস আচাৰ্যই বিস্ফোৰক মন্তব্য কৰিছে। শ্বাহৰুখ খানক লগ পালে জীৱিত অৱস্থাত জ্বলাই দিয়াৰ তেওঁ  ভাবুকি দিছে ৷ শ্বাহৰুখ খানক তেওঁ  বিচাৰি আছে বুলিও উল্লেখ কৰিছে ৷

পাঠান ছবিখনক লৈ বিতৰ্ক আৰম্ভ হৈছিল দীপিকা পাডুকনৰ ‘বেশৰম ৰং’ গীতত পৰিধান কৰা পোছাকক লৈ ৷  ছবিখনৰ প্ৰথমটো গীত মুক্তি পোৱাৰ পৰাই ইয়াক ‘অশ্লীল’ বুলি দাবী কৰা হৈছিল। অযোধ্যাৰ সন্ত পৰমহন্স আচাৰ্যই কয় যে ছবিখনত গেৰুৱা ৰঙক অপমান কৰা হৈছে। সনাতম ধৰ্মক অহৰহ অপমান কৰা হৈছে। কেৱল সেয়াই নহয়, হিন্দুসকলৰ আৱেগক আঘাত দিয়াটো এটা ধাৰাত পৰিণত হৈছে। পৰমহংস আচাৰ্যই ক্ষোভেৰে কয়, “আজি মই তেওঁৰ পোষ্টাৰখনহে জ্বলাই দিছো ৷  মই বিচাৰি ফুৰিছো তেওঁক ৷  যিদিনা মুখামুখিকৈ লগ হ’ম, সেইদিনা জেহাদী শ্বাহৰুখ খানক জ্বলাই দিম”।

সাধুজনে এই কথা কৈয়েই থমকি ৰোৱা নাছিল। তেওঁ কয়, “এই ছবিখন মুক্তি পালে মই চিনেমা হল জ্বলাই দিম।” কেৱল গেৰুৱা শিবিৰেই নহয়, কেইবাটাও সোঁপন্থী ৰাজনৈতিক দল আনকি কংগ্ৰেছৰ এটা অংশই ‘পাঠান’ নিষিদ্ধ কৰাৰ দাবীত সৰৱ হৈ পৰিছে। একে দাবী উত্থাপন কৰিছে  কেইবাটাও মুছলমান সংগঠনেও ৷

Previous Post

এশৰো অধিক সুৰংগেৰে আবৃত শ্বেৰগড় দূর্গৰ কথা আপুনি শুনিছেনে ? য’ত লুকুৱাই ৰখা হৈছিল অমূল্য ধন সম্পদ, ইতিহাস শুনিলে আপুনিও হ’ব আচৰিত

Next Post

উত্তৰ প্ৰদেশৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থলী হ’ল ‘পিলিভীত বাঘ সংৰক্ষিত বনাঞ্চল’

Related Posts

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক
মুখ্য সংবাদ

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ
মুখ্য সংবাদ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!
মুখ্য সংবাদ

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব
মুখ্য সংবাদ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব

November 28, 2023
বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন
মুখ্য সংবাদ

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন

November 28, 2023
প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
মুখ্য সংবাদ

প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

November 28, 2023
Next Post
উত্তৰ প্ৰদেশৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থলী হ’ল ‘পিলিভীত বাঘ সংৰক্ষিত বনাঞ্চল’

উত্তৰ প্ৰদেশৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থলী হ’ল ‘পিলিভীত বাঘ সংৰক্ষিত বনাঞ্চল’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7