VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱক স্মৰণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যজুৰি স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 23, 2022
in মুখ্য সংবাদ
শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱক স্মৰণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যজুৰি স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

২৩মাৰ্চ, গুৱাহাটীঃ ভাৰতবৰ্ষক ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন কৰিবলৈ নিজৰ জীৱন প্ৰাণ আহুদি দিয়া, দেশৰ লক্ষ লক্ষ যুৱকৰ আদৰ্শ শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰি আজি সমগ্ৰ দেশতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ আহ্বানত বিজেপিৰ 40খন সাংগঠনিক জিলাতে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, উপাসনাস্থলী, ইতিহাস প্ৰসিদ্ধ স্থান সমূহত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে । স্বচ্ছতা অভিযানৰ উপৰিও গুৱাহাটী মহানগৰ জিলা , ওডালগুৰী জিলা, নগাঁও জিলা, হোজাই, যোৰহাট জিলাত বৃক্ষৰোপন কৰে, ঢকুৱাখনা সাংগঠনিক জিলা যুৱ মৰ্চাই ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ৰূগীসকলৰ মাজত খাদ্য বস্তু বিতৰণ কৰে ।

ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ উদ্যোগত সনাতন ধৰ্ম নামঘৰতো এক স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যু্ৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য , উপ-সভাপতি গৌতম শৰ্মা, ধ্ৰুৰুম বসুমতাৰী, গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে ধৰি বিভিন্ন বিষয়ববীয়াসকল ।

Previous Post

উত্তৰ লক্ষীমপুৰত ‘স্বৰানুভৱ’ গোষ্ঠীৰ অৰ্ধ শতাধিক গৰকা শিল্পীক সম্বৰ্ধনা

Next Post

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ পিয়ল

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ পিয়ল

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7