VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত “কম্বাইন হাৰ্ভেষ্টাৰ” কাৰ্যসূচী ৰূপায়ণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 26, 2023
in মুখ্য সংবাদ
নগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত “কম্বাইন হাৰ্ভেষ্টাৰ” কাৰ্যসূচী ৰূপায়ণ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৬মে’:–কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু অসম কৃষি বাণিজ্য-গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ সহযোগত কালি আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “কম্বাইন হাৰ্ভেষ্টাৰ”(Combine harvester)ৰ দ্বাৰা বৰোধানৰ খেতি চপোৱা Grand Harvest কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কৃষকক কম খৰচত,কম সময়ত, কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তিসম্বলিত সঁজুলি “কম্বাইন হাৰ্ভেষ্টাৰ”ৰ দ্বাৰা ধান চপোৱাৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত “বৰোধান চপোৱা উৎসৱ” শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত হয় নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাআটি গাঁৱৰ পথাৰত । কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই কয় যে দেশৰ অৰ্থনীতিৰ চাৰি ভাগৰ এভাগ কৃষি আৰু আনুসাংগিক দিশৰ পৰা আহৰণ হয়। বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ উৎপাদন ক্ষেত্ৰত ধানে দেশৰ খাদ্য আৰু অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । পূৰ্বতে প্ৰতিকূল বতৰ,প্ৰাকৃতিক দুৰ্যোগৰ আৰু শ্ৰমিকৰ খৰচৰ বাবে কৃষক সকল ক্ষতিগ্ৰস্ত হৈছিল,যাৰ পৰিপ্ৰেক্ষিতত কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা বৰ্তমান কম খৰচত,কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুঁজ দিবলৈ বহু নতুন উদ্ভাৱন হ’ল । অনুুষ্ঠানত সন্মানীয় অতিথৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই কৃষকক ধানৰ জাত নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ধানৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ব্যৱস্থা,সাৰ প্ৰয়োগ কৰা ব্যবস্থা বিশ্লেষণ কৰি ধানত সমস্যা হোৱাৰ আগতে ব্যবস্থা ল’ব লাগে বুলি মন্তব্য কৰে। আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰাই ভাৰতীয় কৃষি ব্যৱস্থাৰ বৰ্তমান উন্নতিৰ হৈছে । কৃষি ক্ষেত্ৰত দেশ আগবাঢ়িছে আৰু ধান উৎপাদনত আমি স্বাৱলম্বী হৈছোঁ বুলি প্ৰকাশ কৰে। লগতে অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ আৱাসিক পৰামৰ্শদাতা ড° বীৰেন্দ্ৰ যাদৱে অসমৰ বান, খৰাং আদি প্ৰকৃতিক দুৰ্যোগৰ লগতে কম খৰছ,শ্ৰমিকৰ নাটনিৰ লগত যুঁজ দি অধিক উৎপাদনৰ বাবে এপাৰ্টৰ বিভিন্ন উদ্ভাৱন সমূহৰ ওপৰত বিশ্লেষণ কৰে । আন্তঃজাৰ্তিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী জ্যোতি বিকাশ নাথ,সূৰ্যকান্ত খাণ্ডাই,প্ৰকল্প সহযোগী প্ৰিয়ংকা ডেকা, অলংকিতা দত্ত,পথাৰ শস্য বিশেষজ্ঞা ডঃ বন্তি গগৈ,ৰজনীশ সেনৰ লগতে নগাঁও আৰু হোজাই জিলাৰ শতাধিক প্ৰগতিশীল কৃষকৰ উপস্থিতিত থাকে । অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড° চিংকি বৰ্মনে ।

Previous Post

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

Next Post

পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7