VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰত-ইজৰাইল-আৰৱক লৈ আমেৰিকাই গঠন কৰিলে নতুন গোট, কি কি ক্ষেত্ৰত কৰিব সহযোগিতা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 15, 2022
in মুখ্য সংবাদ
ভাৰত-ইজৰাইল-আৰৱক লৈ আমেৰিকাই গঠন কৰিলে নতুন গোট, কি কি ক্ষেত্ৰত কৰিব সহযোগিতা
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে আমেৰিকাৰ মিত্ৰতাক পুনৰ শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে বাইডেন প্ৰশাসনৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰত, ইজৰাইল, আৰৱ আৰু আমেৰিকাৰ নতুন  গোট  আই টু ইউ টু গঠন কৰা হৈছে ৷ অহা মাহত এই গোটটোৰ  প্ৰথম ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত হ’ব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেফটালি বেনেট আৰু আৰৱৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে অহা মাহত খাদ্য সুৰক্ষা সংকট আৰু অন্যান্য বিষয়ত আলোচনাৰ বাবে আই টু ইউ ২ গ্ৰুপিঙৰ প্ৰথমখন ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব ৷

১৩ জুলাইৰ পৰা ১৬ জুলাইলৈ বাইডেনৰ মধ্যপ্ৰাচ্য অঞ্চল ভ্ৰমণৰ সময়ত চাৰিখন দেশৰ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব বুলি প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে ৷

বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইছে মঙলবাৰে সংবাদমেলৰ সময়ত সাংবাদিকৰ আগত কয় “ভাৰত হৈছে এখন বৃহৎ  বজাৰ। গতিকে, ইয়াৰ প্ৰযুক্তি, বাণিজ্য, জলবায়ু, ক’ভিড আদিকে ধৰি এই  দেশসমূহে একেলগে কাম কৰিব পৰা কেইবাটাও ক্ষেত্ৰ আছে।“

‘জ’ বাইডেনে ১৩ জুলাইৰ পৰা ১৬ জুলাইলৈ মধ্যপ্ৰাচ্য অঞ্চল ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণত তেওঁ  ইজৰাইল আৰু চৌদি আৰৱত থকৰা লগতে  সমগ্ৰ অঞ্চলটোৰ প্ৰায় এক ডজন আগশাৰীৰ নেতাৰ  সৈতে মিলিত হ’ব ৷

 

 

Previous Post

অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?

Next Post

হাঁহিৰ খোৰাক

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
হাঁহিৰ খোৰাক

হাঁহিৰ খোৰাক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7