VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ আভ্যন্তৰীন বিষয়ত মাত মতাৰ অধিকাৰ নাই পাকিস্তানৰ , পুনৰ কিয় সকীয়ালে ভাৰতে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2022
in মুখ্য সংবাদ
ভাৰতৰ আভ্যন্তৰীন বিষয়ত মাত মতাৰ অধিকাৰ নাই পাকিস্তানৰ , পুনৰ কিয় সকীয়ালে ভাৰতে ?

Pakistani Rangers (black uniforms) and Indian Border Security Force personnel (brown uniforms) take part in the daily beating of the retreat ceremony during India's 69th Republic Day celebrations at the Indian Pakistan Wagah Border post about 35km from Amritsar on January 26, 2018. / AFP PHOTO / NARINDER NANU (Photo credit should read NARINDER NANU/AFP/Getty Images)

0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ অভ্যন্তৰীন বিষয়ত মাত  নামাতিবলৈ পাকিস্তানক পুনৰ সকীয়াই দিছে ভাৰতে ৷ জম্মু-কাশ্মীৰত  সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিবলৈ ভাৰত চৰকাৰে লোৱা পদক্ষেপৰ  বিৰুদ্ধে পাকিস্তানৰ সংসদত গ্ৰহণ  কৰা প্ৰস্তাৱ ভাৰতে নাকচ কৰিছে। এক বিবৃতিত বৈদেশিক মন্ত্ৰালয়ে কয় যে” ভাৰতৰ ভূখণ্ডৰ অন্তর্গত  কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত সীমা নিৰ্ধাৰণৰ অনুশীলনৰ বিষয়টোক লৈ পাকিস্তানৰ সংসদে  গৃহীত কৰা হাস্যকৰ প্ৰস্তাৱ আমি নাকচ কৰিছো।পাকিস্তানৰ অবৈধ আৰু বলপূৰ্বক দখলৰ অধীনত থকা ভাৰতীয় ভূখণ্ডসমূহকে ধৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত  হস্তক্ষেপ কৰিবলৈ পাকিস্তানৰ কোনো কতৃত্ব  নাই ৷”

বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে অর্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেচনৰ(অ’আইচি)  “অযুক্তিকৰ” মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰি “সাম্প্ৰদায়িক বাতাবৰন” সৃষ্টিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ তেওঁ কয় –  “অ’আই চিয়ে পুনৰবাৰ এই বিষয়ত অযুক্তিকৰ মন্তব্য কৰিছে ৷  ভাৰতৰ এক অবিচ্ছেদ্য অংশ জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ওপৰত অ’আইচিয়ে  কৰা দাবীক ভাৰত চৰকাৰে তীব্ৰভাৱে নাকচ কৰিছে। তেওঁ লগতে কয় যে অ’আইচিয়ে এখন দেশৰ নিৰ্দেশত ভাৰতৰ বিপৰীতে নিজৰ সাম্প্ৰদায়িক কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকিব লাগে।

Previous Post

পাকিস্তানৰ কৰাচীত ভয়াবহ বিস্ফোৰণ

Next Post

টলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পল্লৱী দে’ৰ মৃত্যু হত্যা নে আত্মহত্যা ?

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
টলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পল্লৱী দে’ৰ মৃত্যু হত্যা নে আত্মহত্যা ?

টলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পল্লৱী দে’ৰ মৃত্যু হত্যা নে আত্মহত্যা ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7