VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ অর্থনৈতিক পৰিস্থিত উদ্বেগজনক আখ্যা কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 14, 2022
in মুখ্য সংবাদ
দেশৰ অর্থনৈতিক পৰিস্থিত উদ্বেগজনক আখ্যা কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ  বর্তমান অৰ্থনৈতিক  অৱস্থা অত্যন্ত উদ্বেগজনক   বুলি মন্তব্য কৰিছে  জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ৷  এই সন্দর্ভত  তেওঁ কয় যে বিশ্বব্যাপী আৰু দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা বিবেচনা কৰি, অৰ্থনৈতিক নীতিসমূহৰ পুনৰ নিৰ্ধাৰণৰ বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিছে ৷ এখন সংবাদমেল সম্বোধন কৰি চিদাম্বৰমে কয় যে বিগত আঠ বছৰত বিকাশৰ লেহেমীয়া  হাৰ বৰ্তমান চৰকাৰৰ “হলমাৰ্ক” লৈ পৰিণত হৈছে ৷ ক’ভিড মহামাৰীৰ পিছত অর্থনীতিৰ পুনৰুদ্ধাৰ স্থবিৰ হৈ পৰিছে ৷

ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া ‘চিন্তন শিবিৰ’ত আলোচনাৰ নেতৃত্ব দিবলৈ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গঠন কৰা অৰ্থনীতিৰ পেনেলৰ মুৰব্বী চিদাম্বৰমে লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিত্তীয় সম্পৰ্কৰ এক ব্যাপক পৰ্যালোচনা কৰাৰ এয়া উপযুক্ত সময় ৷ ২০১৭ চনত মোদী চৰকাৰে প্ৰণয়ন কৰা দুর্বল জিএছটি আইনৰ পৰিণাম সকলোৱে দেখিবলৈ পাব বুলিও  কংগ্ৰেছ নেতাজনে কয়।

“ৰাজ্যসমূহৰ বিত্তীয় স্থিতি একেবাৰে ভাঙি পৰিছে  আৰু  ইয়াৰ বাবে জৰুৰী প্ৰতিকাৰমূলক ব্যৱস্থাৰ প্ৰয়োজন ৷”-প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে কয় ৷ ১৯৯১ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে উদাৰীকৰণৰ এক নতুন যুগৰ সূচনা কৰিছিল  বুলি উল্লেখ কৰি  চিদাম্বৰমে কয় যে সম্পদ সৃষ্টি, নতুন ব্যৱসায় আৰু নতুন উদ্যোগী, এক বৃহৎ মধ্যবিত্ত শ্ৰেণী, লাখ লাখ চাকৰি, ৰপ্তানি আৰু ১০ বছৰত ২৭ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ দৰে পদক্ষেপত দেশখন যথেষ্ট লাভান্বিত হৈছে।

 

 

Previous Post

‘’গ্ৰাহকৰ পৰা পাৰ্কিং মাচুল সংগ্ৰহ বন্ধ কৰক’’

Next Post

বছৰটোৰ প্ৰথমটো বানত বুৰিল কামপুৰ-কচুৱাৰ বিভিন্ন অঞ্চল

Related Posts

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি
মুখ্য সংবাদ

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়
মুখ্য সংবাদ

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা
মুখ্য সংবাদ

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

May 30, 2023
ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!
মুখ্য সংবাদ

ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!

May 30, 2023
দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা,  ৮ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা, ৮ জন লোকৰ মৃত্যু

May 30, 2023
নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান সম্পন্ন

May 29, 2023
Next Post
বছৰটোৰ প্ৰথমটো বানত বুৰিল কামপুৰ-কচুৱাৰ বিভিন্ন অঞ্চল

বছৰটোৰ প্ৰথমটো বানত বুৰিল কামপুৰ-কচুৱাৰ বিভিন্ন অঞ্চল

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7