VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সামৰিক ব্যয়ৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত ভাৰত , কিমান পুঁজি ব্যয় কৰিলে আপুনি জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 25, 2022
in মুখ্য সংবাদ
সামৰিক ব্যয়ৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত ভাৰত , কিমান পুঁজি ব্যয় কৰিলে আপুনি জানেনে ?
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান সমর্থিত সন্ত্ৰাসবাদী সংগঠনৰ বাৰম্বাৰ আক্ৰমণৰ প্ৰচেষ্টা, চুবুৰীয়া চীনৰ সীমান্তৰ আগ্ৰাসনকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ভাৰত ৷ যাৰ বাবে প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ সর্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে কেন্দ্ৰই ৷ এইক্ষেত্ৰত ব্যয় কৰি আহিছে বৃহৎপৰিমাণৰ পুঁজি ৷ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (এছআইপিআৰআই)য়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ সামৰিক ব্যয় ২০২১ চনত সৰ্বকালৰ সৰ্বাধিক ২.১ ট্ৰিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল ৷  প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পুঁজি ব্যয়ৰ ক্ষেত্ৰত  আমেৰিকা যুক্তৰাজ্য আৰু চীনৰ পাছতে স্থান লাভ কৰিছে ভাৰতে ।প্ৰতিষ্ঠানটোৰ  মতে -“২০২১ চনত মুঠ বিশ্বব্যাপী সামৰিক ব্যয় বাস্তৱ ক্ষেত্ৰত ০.৭ শতাংশ বৃদ্ধি হৈ ২১১৩ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে। ২০২১ চনত পাঁচ শীর্ষ ব্যয়কাৰী আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, ব্ৰিটেইন আৰু ৰাছিয়া ৷ “

এছআইপিআৰআইৰ সামৰিক ব্যয় আৰু অস্ত্ৰ উৎপাদন কাৰ্যসূচীৰ জ্যেষ্ঠ গৱেষক ড০ ডিয়েগো লোপেছ দা চিলভায়ে কয়, “আনকি কোভিড-১৯ মহামাৰীৰ পাছত অৰ্থনৈতিক পৰিণামৰ মাজতো বিশ্বৰ সামৰিক ব্যয়ে অভিলেখ স্তৰত উপনীত হৈছে।মুদ্ৰাস্ফীতিৰ ফলত বিকাশৰ হাৰ হ্ৰাস পাইছিল। কিন্তু সামৰিক ব্যয় ৬.১ শতাংশ বৃদ্ধি পাইছে।”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ব্যয় ২০২১ চনত ৮০১ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল ৷ ২০২০ চনৰ তুলনাত এয়া ১.৪ শতাংশ হ্ৰাস । বিবৃতি অনুসৰি, ২০১২ চনৰ পৰা ২০২১ চনলৈ আমেৰিকাই সামৰিক গৱেষণা আৰু বিকাশৰ বাবে পুঁজি ২৪ শতাংশ বৃদ্ধি কৰিছে ৷ অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত ব্যয় ৬.৪ শতাংশ হ্ৰাস কৰিছে।দ্বিতীয় স্থানত থকা  চীনে প্ৰতিৰক্ষাৰ বাবে ২৯৩ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছিল ৷ যি ২০২০ চনৰ তুলনাত ৪.৭ শতাংশ বৃদ্ধি। ভাৰতৰ সামৰিক ব্যয় যোৱা বছৰ ৭৬.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে তৃতীয় স্থানত আছিল, যি ২০২০চনৰ তুলনাত ০.৯ শতাংশ বৃদ্ধি।২০১২ চনৰ পৰা  এয়া ৩৩ শতাংশ বৃদ্ধি পাইছে। থলুৱা অস্ত্ৰ উদ্যোগক শক্তিশালী কৰাৰ বাবে, ২০২১ চনৰ সামৰিক বাজেটত ৬৪ শতাংশ মূলধন ব্যয় ঘৰুৱাভাৱে উৎপাদিত অস্ত্ৰ অধিগ্ৰহণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল।ব্ৰিটেইনে যোৱা বছৰ প্ৰতিৰক্ষাৰ বাবে ৬৮.৪ বিলিয়ন ডলাৰ ব্যয় কৰিছিল, যি ২০২০ চনৰ তুলনাত তিনি শতাংশ বৃদ্ধি হৈছে।

 

 

Previous Post

১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ প্ৰস্তুতি

Next Post

মেঘালয়ৰ বিৰুদ্ধে পঞ্জাবৰ জয় লাভ

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
মেঘালয়ৰ বিৰুদ্ধে পঞ্জাবৰ জয় লাভ

মেঘালয়ৰ বিৰুদ্ধে পঞ্জাবৰ জয় লাভ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7