VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰত আৰু চীনৰ মাজত কূটনৈতিক অচলাৱস্থাৰ বাবেই সমস্যাত পৰিছে নেকি ভাৰতীয় শিক্ষাৰ্থী সকল?

চীনে কিয় আংশিকভাৱে প্ৰত্যাহাৰ কৰিছে ভাৰতীয়সকলৰ ভিছা?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 16, 2022
in মুখ্য সংবাদ
ভাৰত আৰু চীনৰ মাজত কূটনৈতিক অচলাৱস্থাৰ বাবেই সমস্যাত পৰিছে নেকি ভাৰতীয় শিক্ষাৰ্থী সকল?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

চীনে ভাৰতীয়সকলৰ বাবে ভিছা নিষেধাজ্ঞা আংশিকভাৱে প্ৰত্যাহাৰ কৰিছে (য’ত কূটনীতিবিদ আৰু চীনত পৰিয়াল থকা লোকসকল অন্তৰ্ভুক্ত আছে) । সেয়েহে নিৰাশ হৈ পৰিছে ভিছা পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা সমগ্ৰ চীনৰ বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰা ২৩,০০০ ৰো অধিক ভাৰতীয় শিক্ষাৰ্থী।
মেডিচিনৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থী অংকিতে কৈছিল ” নিষেধাজ্ঞাৰ দুবছৰ হ’ল , আমাক চীনত আমাৰ বিশ্ববিদ্যালয় চৌহদলৈ ঘূৰি যাবলৈ অনুমতি দিয়া হোৱা নাই। আমাৰ বেছিভাগেই তাত চিকিৎসা বিদ্যালয়ত নামভৰ্তি কৰিছে আৰু আমি আমাৰ ব্যৱহাৰিক পাঠসমূহ অফলাইন কৰিব লাগিব। আমাৰ মাজৰ বহুতো শিক্ষাৰ্থী এতিয়া হতাশাগ্ৰস্ত হৈ পৰিছে,” ।
শিক্ষাৰ্থীসকলে কয় যে, তেওঁলোকে দিল্লীত থকা চীনা দূতাবাসৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে, কিন্তু তেওঁলোকৰ প্ৰশ্নৰ এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই আৰু আগলৈ কি হ’ব তাৰ কোনো নিশ্চিত নাই।

জানিব পৰা মতে চীনে পাকিস্তান, থাইলেণ্ড, চলোমন দ্বীপপুঞ্জ আৰু শ্ৰীলংকাৰ শিক্ষাৰ্থীসকলক ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উভতি যাবলৈ অনুমতি দিছে। সেয়েহে ভাৰতীয় শিক্ষাৰ্থীসকলৰ সৈতে এই স্থিতিৰ মনোভাৱ বৰ্তমান ভাৰত আৰু চীনৰ মাজত বিদ্যমান এক কূটনৈতিক অচলাৱস্থাৰ বাবেই হৈছে নেকি তাকলৈ বৰ্তমান সময়ত এক প্ৰশ্ন উত্থাপিত হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই বছৰৰ আৰম্ভণিতে ভিছাৰ অভাৱত ভাৰতত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক সুবিধা প্ৰদান কৰিবলৈ ভাৰত ভ্ৰমণ কৰাৰ সময়ত চীনৰ ৱাং য়িক অৱগত কৰিছিল। কিন্তু সেই অনুৰোধৰ প্ৰতিও এতিয়ালৈকে কোনো মনোযোগ দিয়া পৰিলক্ষিত হোৱা নাই। এই পদক্ষেপৰ বাবে বৰ্ধিত কোভিড তালিকাৰ উদ্ধৃতি দি সেয়ে ভাৰতেও এপ্ৰিলত চীনৰ পৰ্যটক ভিছা বাতিল কৰিছিল।অৱশ্যে, পৰ্যটকসকল ভিছা নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত নহয়, কিন্তু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত যদি এনে কৰা হয় তেন্তে তেওঁলোক যথেষ্ট বিপদত পৰিব।

অংকিতে দুখ প্ৰকাশ কৰি কয়, ”চীনা দূতাবাসে তেওঁলোকৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ চীনলৈ ঘূৰি আহিবলৈ ইচ্ছুক শিক্ষাৰ্থীৰ এখন তালিকা বিচাৰিছিল, যদিও আমাৰ বেছিভাগে আমাৰ নাম দিছে তথাপিও ইয়াক কেতিয়া বিবেচনা কৰা হ’ব সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়ন সম্পূৰ্ণ নকৰালৈকে শিক্ষাৰ্থীৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বিষয় সম্পৰ্কীয় চিন্তাত শিক্ষাৰ্থীসকলৰ মাজত মানসিক সমস্যাই দেখা দিছে। ইফালে তেওঁলোকৰ ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত, তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিবলৈ আৰু চাকৰি পাবলৈকো বিদেশী চিকিৎসা স্নাতক পৰীক্ষা (এফ.এম.জি.ই.) উত্তীৰ্ণ হ’ব লাগিব।

উল্লেখযোগ্য যে,ভাৰতত ইউক্ৰেইনৰ পৰা ওভতি অহা বহু শিক্ষাৰ্থী আছে যাৰ ভাগ্য বৰ্তমান সময়ত অচল হৈ আছে। ইউক্ৰেইনৰ পৰা ওভতি অহা বহু শিক্ষাৰ্থী আৰু চীনলৈ ঘূৰি যাব বিচৰা শিক্ষাৰ্থী সকলৰ সৈতে বৰ্তমান এক জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ছাত্ৰ-ছাত্ৰী সকল ।

Previous Post

অৱশেষত ২০ জিলাত গঠন হ’ল শিশু কল্যাণ কমিটী, কোনে ক’ত পালে দায়িত্ব !!

Next Post

পেন্টাগনৰ শীৰ্ষ পদবীত ভাৰতীয় মূলৰ মহিলাক মনোনীত জ’ বাইডেনৰ

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
পেন্টাগনৰ  শীৰ্ষ পদবীত ভাৰতীয় মূলৰ মহিলাক মনোনীত  জ’ বাইডেনৰ

পেন্টাগনৰ শীৰ্ষ পদবীত ভাৰতীয় মূলৰ মহিলাক মনোনীত জ' বাইডেনৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7