VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ঢাকাৰ ইস্কন মন্দিৰত দুর্বৃত্তৰ আক্ৰমণক লৈ চাঞ্চল্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 18, 2022
in মুখ্য সংবাদ
ঢাকাৰ  ইস্কন মন্দিৰত দুর্বৃত্তৰ আক্ৰমণক লৈ চাঞ্চল্য
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ  ৰাজধানী ঢাকাত থকা ইস্কন ৰাধাকান্ত মন্দিৰত বৃহস্পতিবাৰে  ২০০ জনীয়া এটা দুর্বৃত্তৰ দলে আক্ৰমণ কৰি লুণ্ঠন চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  প্ৰকাশিত তথ্য অনুসৰি  ঢাকাৰ ৱাৰীৰ ২২২, লাল মোহন সাহা ষ্ট্ৰীটত অৱস্থিত মন্দিৰটোৰ  বহু সদস্য এই আক্ৰমণত আহত হৈছে ৷

মন্দিৰটো লুট-পাত কৰা এই উন্মত্ত জনতাৰ দলটোক  নেতৃত্ব দিছিল হাজী ছাফিউল্লাহে ৷ ইফালে, ইস্কন ইণ্ডিয়াৰ উপ-সভাপতি ৰাধাৰমন দাসে টুইটাৰযোগে  এই ঘটনাক গৰিহণা দিছে।

It's very very unfortunate incident on the eve of Dol Yatra & Holi celebrations. Just few days ago, United Nations passed a resolution declaring 15th March as International day to combat Islamophobia. We are surprised that same United Nations…..1/3 https://t.co/aMci2GdQdv

— Radharamn Das राधारमण दास (@RadharamnDas) March 18, 2022

 

তেওঁ কয় -“দৌল যাত্ৰা আৰু হোলী উদযাপনৰ প্ৰাকমুহূৰ্তত সংঘটিত এয়া   অতি দুৰ্ভাগ্যজনক ঘটনা ৷ মাত্ৰ কেইদিনমান আগতে ৰাষ্ট্ৰসংঘই ১৫ মাৰ্চক ইছলামোফোবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ আন্তৰ্জাতিক দিৱস হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছিল।আমি আচৰিত হৈছো যে একেটা ৰাষ্ট্ৰসংঘই হাজাৰ হাজাৰ অসহায় বাংলাদেশী আৰু পাকিস্তানী সংখ্যালঘুৰ দুখ-কষ্টক লৈ মৌনতা অৱলম্বন কৰি আহিছে ৷ “

Previous Post

কামাখ্যা গে’টত ট্ৰেইনৰ খুন্দাত নিহত মাতৃসহ দুই সন্তান

Next Post

৭ নম্বৰ জার্চী কিয় পৰিধান কৰে ধোনীয়ে ! প্ৰকাশ কৰিলে আঁৰৰ কাহিনী

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
৭ নম্বৰ জার্চী কিয় পৰিধান কৰে ধোনীয়ে ! প্ৰকাশ কৰিলে আঁৰৰ কাহিনী

৭ নম্বৰ জার্চী কিয় পৰিধান কৰে ধোনীয়ে ! প্ৰকাশ কৰিলে আঁৰৰ কাহিনী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7