VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জে ই ই মূল পৰীক্ষাত ৯০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা কাট অফ নম্বৰ !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 4, 2022
in মুখ্য সংবাদ
জে ই ই মূল পৰীক্ষাত ৯০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা কাট অফ নম্বৰ !
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

যুটীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ জে ই ইৰ মূল পৰীক্ষাত উর্ত্তীর্ণ হ’বলৈ আৰু আই আই টি নামভর্ত্তিৰ  বাবে প্ৰয়োজনীয় নূন্যতম নম্বৰ চলিত বর্ষত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা হৈছে ৷ বিশেষজ্ঞসকলৰ মতে এইবাৰ কাট অফ নম্বৰে ৯০ শতাংশৰ ঘৰ স্পৰ্শ কৰিব পাৰে।শেহতীয়াকৈ সমাপ্ত হোৱা জে ই ই মূল পৰীক্ষাত  কৌশলী প্ৰশ্ন আৰু দীঘলীয়া গণনাৰ সৈতে গণিতৰ প্ৰশ্নই  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱেশ পৰীক্ষা অধিক কঠিন কৰি তোলে ৷ যাৰ বাবে এই পৰীক্ষাত গণিত এটা নিৰ্ণায়ক কাৰক হ’ব পাৰে।

নয়ডাৰ বিশেষজ্ঞ ৰমেশ বাটলিছে কয়-“ছাত্ৰ-ছাত্ৰীসকলে ৩০০ নম্বৰৰ ভিতৰত ২৬৫ নম্বৰৰ ওপৰত থাকিলে শীৰ্ষ ১০০ৰ ভিতৰত ৰেংক লাভ কৰাৰ আশা কৰিব পাৰে ৷  ৩০০ নম্বৰৰ ভিতৰত ১৯৫ নম্বৰৰ ওপৰত হ’লে শীৰ্ষ ৫০০০ত স্থান লাভ কৰাৰ আশা কৰিব পাৰে। সেইদৰে  ছাত্ৰ-ছাত্ৰীসকলে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হ’লে জেইই এডভান্সড ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ আশা কৰিব পাৰে।“ তেওঁ আৰু কয় যে জে ই ই মূল পৰীক্ষাত  জুন অধিবেশনৰ পৰীক্ষাসমূহ মধ্যমীয়া স্তৰৰ আছিল ৷ গণিতৰ যোৱা বছৰৰ তুলনাত কঠিন আছিল যদিও পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান যোৱা বছৰৰ সৈতে একেই আছিল ৷

২০২১ চনত সাধাৰণ (বা অসংৰক্ষিত) শ্ৰেণীৰ বাবে জে ই ই মূল পৰীক্ষাৰ কাট-অফ  নম্বৰ আছিল  ৮৭.৮৯ শতাংশ ৷ যিটো ২০২০ চনৰ ৯০.৩৭ৰ তুলনাত কম ৷ এই বছৰ জে ই ই মূল পৰীক্ষাত  মাত্ৰ দুখন  অধিবেশন অনুষ্ঠিত হ’ব। ২১ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হ’ব জে ই ই মূল পৰীক্ষাৰ  দ্বিতীয় অধিবেশন ।

Previous Post

চাৰিবাৰকৈ ৰাষ্ট্ৰীয় বটাঁ বিজয়ী বাংলা চলচ্চিত্ৰ পৰিচালক পদ্মশ্ৰী তৰুণ মজুমদাৰৰ দেহাৱসান

Next Post

সহস্ৰ তৰাৰ আকৰ্ষণীয় ছবি বন্দী হ’ল নাছাৰ কেমেৰাত

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
সহস্ৰ তৰাৰ আকৰ্ষণীয় ছবি বন্দী হ’ল নাছাৰ কেমেৰাত

সহস্ৰ তৰাৰ আকৰ্ষণীয় ছবি বন্দী হ’ল নাছাৰ কেমেৰাত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7