VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পোলেণ্ডলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি, কি কি বিষয়ত হ’ব আলোচনা !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 21, 2022
in মুখ্য সংবাদ
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পোলেণ্ডলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি, কি কি বিষয়ত হ’ব আলোচনা !
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰি অহা আক্ৰমণ বন্ধ কৰিবলৈ সঘনাই দাবী উত্থাপন কৰি আহিছে আমেৰিকাই ৷ ইয়াৰ বিপৰীতে ৰাছিয়াই এই যুদ্ধত আন দেশক হস্তক্ষেপ নকৰিবলৈ আহ্বান জনাই আহিছে ৷ তাৰ মাজতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ডলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৷  অহা শুকুৰবাৰে পোলেণ্ডলৈ আহিব বাইডেন ৷ এই কথা প্ৰকাশ কৰিছে হোৱাইট হাউছে ৷  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে শুকুৰবাৰে  পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডাৰ সৈতে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷ হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে এক বিবৃতিত কয় যে বাইডেনৰ বেলজিয়াম ভ্ৰমণৰ পিছত নাটোৰ নেতাসকলৰ লগতে জি-৭ আৰু ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ’ব  ৷ বিবৃতিত লগতে কয় -“ৰাষ্ট্ৰপতি গৰাকীয়ে আমাৰ মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে ৰাছিয়াৰ ইউক্ৰেইনৰ বিৰুদ্ধে অৰম্ভ কৰা  যুদ্ধই সৃষ্টি কৰা মানৱীয় সংকটৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰই কেনেদৰে সঁহাৰি জনাইছে সেই বিষয়ে আলোচনা কৰিব ৷ এই ভ্ৰমণত  ইউক্ৰেইনৰ জনসাধাৰণক  সমৰ্থন দিয়াৰ লগতে ৰাষ্ট্ৰপতি পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে বিশ্বক সমবেত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব ৷” অৱশ্যে  ইউক্ৰেইন ভ্ৰমণ কৰাৰ কোনো পৰিকল্পনা  জ’ বাইডেনৰ নাই  বুলি স্পষ্ট কৰি দিছে হোৱাইট হাউছে ৷ পোলেণ্ডৰ প্ৰধানমন্ত্ৰী মাটেউজ মোৰাউইকিয়ে চেক গণৰাজ্য  আৰু স্লোভেনিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যোৱা সপ্তাহত  কিয়েভ ভ্ৰমণ কৰিছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেও এই মাহৰ আৰম্ভণিতে ৱাৰ্ছত ডুডাৰ সৈতে বৈঠকত মিলিত হৈছিল ৷

 

Previous Post

খানাপাৰাত “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন

Next Post

ভাৰতক অষ্ট্ৰেলিয়াই ওভতাই দিলে ২৯ টা পৌৰাণিক ভাস্কর্য

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
ভাৰতক  অষ্ট্ৰেলিয়াই ওভতাই দিলে ২৯ টা পৌৰাণিক ভাস্কর্য

ভাৰতক অষ্ট্ৰেলিয়াই ওভতাই দিলে ২৯ টা পৌৰাণিক ভাস্কর্য

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7