VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কাৰাগাৰতে বিবাহ পাশত আৱদ্ধ হ’ল উইকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান এচাঞ্জে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2022
in মুখ্য সংবাদ
কাৰাগাৰতে বিবাহ পাশত আৱদ্ধ হ’ল উইকিলিকছৰ  প্ৰতিষ্ঠাপক জুলিয়ান এচাঞ্জে
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

কেইবাখনো দেশৰ বহু গোপনীয় তথ্য  ফাদিল কৰি বিশ্বজুৰি চর্চা লাভ কৰা উইকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান এচাঞ্জে বুধবাৰে কাৰাগাৰৰ ভিতৰতে বিবাহ পাশত আৱদ্ধ হয় ৷ মাত্ৰ চাৰিজন অতিথি, দুজন চৰকাৰী সাক্ষী আৰু দুজন সুৰক্ষা কর্মী উপস্থিত থকা  এক সৰু অনুষ্ঠানত তেওঁৰ দীর্ঘদিনীয়া সঙ্গী ষ্টেলা মৰিছৰ সৈতে  ব্ৰিটিছ কাৰাগাৰৰ ভিতৰত বিবাহপাশত আৱদ্ধ হয় ৷  বহু গোপনীয় তথ্য ফাদিল কৰা ৫০ বছৰীয়া অষ্ট্ৰেলিয়ান ব্যক্তিজনে ২০১৯ চনৰ পৰা দক্ষিণ-পূব লণ্ডনৰ কাৰাগাৰত  বন্দী হৈ আছে ৷ তাৰ আগতে সাত বছৰ ধৰি ব্ৰিটিছ ৰাজধানীৰ ইকুৱেডৰিয়ান দূতাবাসত  তেওঁ আৱদ্ধ হৈ আছিল।

ইপিনে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই এক দশকতকৈও অধিক আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপনীয়  সামৰিক তথ্য আৰু কূটনৈতিক নথি ৰাজহুৱা কৰাৰ  ১৮ টা গোচৰত প্ৰত্যর্পণ কৰিবলৈ বিচাৰিছে এচাঞ্জক ৷  বিবাহ অনুষ্ঠানৰ পিছত মৰিছে কাৰাগাৰৰ বাহিৰত  কয়-“মই বহুত সুখী আৰু অতি দুখী। মই জুলিয়ানক মোৰ হৃদয়েৰে ভাল পাওঁ, আৰু তেওঁ মোৰ লগত থকাটো বিচাৰো ৷ “ দূতাবাসত বাস কৰাৰ সময়ত তেওঁ মৰিছৰ সৈতে চিনাকি হৈছিল আৰু  দুটা সন্তানৰ জন্ম দিছিল ৷  তেওঁৰ কনিষ্ঠ অধিবক্তা হিচাপে  কাম কৰা মৰিছক  ২০১১ চনত লগ পাইছিল ৷  তেওঁলোকৰ সম্পৰ্ক ২০১৫ চনত আৰম্ভ হৈছিল।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ছেনছ’ডাইনক দহ লাখ টকাৰ জৰিমনা চি চি পি এৰ

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
ছেনছ’ডাইনক দহ লাখ টকাৰ জৰিমনা চি চি পি এৰ

ছেনছ’ডাইনক দহ লাখ টকাৰ জৰিমনা চি চি পি এৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7