VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰিমগঞ্জ আৰক্ষীৰ আন এক সাফল্য

জব্দ ১০০৩ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 18, 2022
in মুখ্য সংবাদ
কৰিমগঞ্জ আৰক্ষীৰ আন এক সাফল্য
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

কৰিমগঞ্জ আৰক্ষীৰ অন এক সাফল্য ৷ কৰিমগঞ্জ আৰক্ষীয়ে অসম-ত্ৰিপুৰা সীমান্তত দুখন ডাম্পাৰ ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ১০০৩ কিলোগ্ৰাম ওজনৰ গাঞ্জা  ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ত্ৰিপুৰাৰ পৰা আহি আছিল দুয়োখন ডাম্পাৰ ট্ৰাক  ।

চৰাইবাৰী আৰক্ষী  চকীৰ আৰক্ষী বিষয়া  নিৰঞ্জন দাসে কয় যে, “ত্ৰিপুৰাৰ পৰা অহা অসম-ত্ৰিপুৰা সীমান্তৰ চৰাইবাৰী অঞ্চলত আৰক্ষীৰ দলটোৱে দুখন ডাম্পাৰ ট্ৰাক ৰখাইছিল।তালাচীৰ সময়ত  আমি এখন ডাম্পাৰৰ ভিতৰত এটা গোপন চেম্বাৰ পাইছিলোঁ। যেতিয়া আমি দ্বিতীয় ডাম্পাৰখন তালাচী  ল’বলৈ আগবাঢ়িছিলো চালকজন অঞ্চলটোৰ পৰা পলাই গৈছিল। আমি এখন ট্ৰাকৰ পৰা ৭৬৩ পেকেট গাঞ্জা উদ্ধাৰ কৰিছিলোঁ। আমি দুয়োখন বাহনৰ পৰা মুঠ ১০০৩ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছোঁ” ।

অৱশ্যে আৰক্ষীয়ে লিটন সৰকাৰ নামৰ এজন ট্ৰাক চালকক ইতিমধ্যে  আটক কৰিছে।

উক্ত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু অব্যাহত আছে তদন্ত  ।

উক্ত ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে কয় যে “এটা বৃহৎ কেচত, কৰিমগঞ্জ পুলিছে  চুবুৰীয়া ৰাজ্যৰ পৰা অহা দুখন ডাম্পাৰৰ  ভিতৰত ১০০৩ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে। অভিযানৰ সময়ত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অসমপুলিচ, ই এক উল্লেখযোগ্য কাম ,ইয়াক অব্যাহত ৰাখক “।

#AssamAgainstDrugs

In a massive catch, @karimganjpolice has recovered 1003 kgs Ganja welded inside the body of two dumpers coming from a neighbouring state.

One accused has been arrested during the operation.

Remarkable job @assampolice, Keep it up!@DGPAssamPolice pic.twitter.com/eSIimQzp53

— Himanta Biswa Sarma (@himantabiswa) June 17, 2022

Previous Post

শুকুৰবাৰে নিশা হোজাইৰ ৰাইকোটা অঞ্চলত সংঘটিত হৈছে শোকাবহ নাও দুৰ্ঘটনা

Next Post

আফগানিস্তানৰ কাবুলৰ গুৰুদ্বাৰাৰ ওচৰত ভয়াবহ বিস্ফোৰণ

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
আফগানিস্তানৰ কাবুলৰ গুৰুদ্বাৰাৰ ওচৰত ভয়াবহ  বিস্ফোৰণ

আফগানিস্তানৰ কাবুলৰ গুৰুদ্বাৰাৰ ওচৰত ভয়াবহ বিস্ফোৰণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7