VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছ’চিয়েল মিডিয়াত কেটৰিনা- বিকিক মৃত্যুৰ ভাবুকি দি গ্ৰেপ্তাৰ এজন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2022
in মুখ্য সংবাদ
ছ’চিয়েল মিডিয়াত কেটৰিনা- বিকিক মৃত্যুৰ ভাবুকি দি গ্ৰেপ্তাৰ এজন
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ আৰু বিকি কৌশলক ছ’চিয়েল মিডিয়াৰ জৰিয়তে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই কথা সদৰী কৰিছে মুম্বাই আৰক্ষীয়ে ৷ মুম্বাইৰ চান্টাক্ৰুজ আৰক্ষী থানাত এই সন্দর্ভত  ৰুজু কৰা হৈছে এটা গোচৰ। এই গোচৰত গ্ৰেপ্তাৰ কৰা লোকজন হৈছে মনবিন্দৰ সিং ৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা  মনবিন্দৰ ৷  মুম্বাইত চলচ্চিত্ৰ আৰু টিভি ছিৰিজত কাম পাবলৈ সংগ্ৰাম কৰি আহিছে মনবিন্দৰে । ধৃত লোকজন কেটৰিনা কাইফৰ অনুৰাগী বুলি জানিব পৰা গৈছে ৷  আৰক্ষীৰ মতে, কেটৰিনা আৰু বিকিক ইনষ্টাগ্ৰামত জৰিয়তে ভাবুকি দিছিল মনবিন্দৰে ৷ অভিযোগৰ ভিত্তিত ইয়াৰ ছান্টাক্ৰুজ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬-II আৰু ৩৫৪-ডিৰ অধীনত লোকজনৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে বুলি বিষয়াগৰাকীয়ে জনায়।আৰক্ষীয়ে আই টি আইনৰ অধীনতো গোচৰ ৰুজু কৰিছে।

Previous Post

ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত মন্ত্ৰী পার্থ চেটার্জীৰ ফোন নধৰিলে মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে, চাৰিবাৰকৈ ফোন কৰিও নাপালে সঁহাৰি

Next Post

২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা

২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7