VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ কবি মেল সম্পন্ন,কবিতা পুথি-গল্প সংকলন উন্মোচন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
January 23, 2023
in মুখ্য সংবাদ
কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ কবি মেল সম্পন্ন,কবিতা পুথি-গল্প সংকলন উন্মোচন
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অসম কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ উদ্যোগত সোমবাৰে এখনি কবি মেল অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁও পেন্সনাৰ সংস্থাৰ ভৱনত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক,কবি তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মঞ্জু লস্কৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কবিতা সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি ধৰাৰ লগতে যিসকল কবিয়ে নতুনকৈ কবিতাৰ পথাৰখনত খোজ কাঢ়িবলৈ লৈছে তেওঁলোকক গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ।

লগতে ড° লস্কৰে এটা কবিতা পাঠেৰে কবি মেলখনৰো আনুষ্ঠানিকভাৱে মুকলি কৰে । হোজাই ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড° ঘনকান্ত শইকীয়াই সঞ্চালনা কৰা কবি মেলখনত সাহিত্যিক পেন্সনাৰ,কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীব লস্কৰ, ৰণাংগনৰ সম্পাদক মিণ্টু দাস, শৰৎ চন্দ্ৰ গোস্বামী,ড° ৰুবা ফুকন, ডঃ কৰৱী দেৱী,বিচিত্ৰ নাৰায়ণ বৰা,প্ৰদীপ কুমাৰ শইকীয়া,চন্দ্ৰ শইকীয়া,নিলোৎপল চাংমাই প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক নবীন- প্ৰবীণ কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে। কবি মেলৰ অনুষ্ঠানতে ন-লেখিকা অনামিকা দেৱীৰ “এটা হেৰাই যোৱা হাঁ‌হি” শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক-কবি দুলাল চন্দ্ৰ দাসে আৰু “বন্ধুত্বৰ মাজেৰে প্ৰেমৰ সুবাস” শীৰ্ষক গল্প সংকলনখন বিষয় শিক্ষয়িত্ৰী,কবি দীপ্তি বৰাই উন্মোচন কৰে । উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে বিশিষ্ট কবি তথা অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক অভয় বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰি বন্তি প্ৰজ্বলনেৰে ড° মঞ্জু লস্কৰে অনুষ্ঠান মুকলি কৰে ।

Previous Post

কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ?

Next Post

গাজৰৰ চালাডেৰে ৰাতিপুৱাৰ জলপান নিশ্চয় কৰে আপুনিও। যদি কৰা নাই , আজিৰে পৰা কৰো আহকচোন

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
গাজৰৰ চালাডেৰে ৰাতিপুৱাৰ জলপান নিশ্চয় কৰে আপুনিও। যদি কৰা নাই , আজিৰে পৰা কৰো আহকচোন

গাজৰৰ চালাডেৰে ৰাতিপুৱাৰ জলপান নিশ্চয় কৰে আপুনিও। যদি কৰা নাই , আজিৰে পৰা কৰো আহকচোন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7