VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অভিযুক্তক হাৰাশাস্তি-ধন দাবীঃ গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ অ’চি উৎপল বৰা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2022
in মুখ্য সংবাদ
অভিযুক্তক হাৰাশাস্তি-ধন দাবীঃ গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ অ’চি উৎপল বৰা
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

সর্বসাধাৰণৰ বন্ধু হিচাপে আৰক্ষীক কর্তব্য পালন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই নির্দেশ দিয়াৰ সময়তে এজন উপ পৰিদর্শক (এছ আই)ৰ কাণ্ডই সকলোকে হতচকিত কৰিছে  ৷ ভুৱা তথ্যৰে এজন শিক্ষক আৰু তেওঁৰ চিকিৎসক পুত্ৰৰ পৰা ধন সৰকোৱাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি) উৎপল বৰা ৷ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰাৰ পূর্বে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কর্মৰত হৈ থকা অৱস্থাতে এই অপকর্ম সংঘটিত কৰিছিল উৎপল বৰাই ৷  প্ৰাপ্ত তথ্য অনুসৰি ধুলা আৰক্ষী থানাত ৰুজু হোৱা ১২৬/২০২২ নম্বৰৰ এটা গোচৰ তদন্ত কৰিবলৈ বৰাই দায়িত্ব অর্পণ কৰিছিল কুলদ্বীপ গোহাঁই নামৰ এজন এছ আইক ৷ কিন্তু গোচৰটোতৰ তদন্তৰ সময়ত সেই সময়ৰ থানাখনৰ অ’চি বৰাই তদন্তকাৰী বিষয়াজনক কেতবোৰ অবৈধ কাম কৰিবলৈ বাধ্য কৰাইছিল ৷ গোচৰটোত  চুৰি হোৱা সম্পত্তিৰ ভুৱাকৈ বিভিন্ন সামগ্ৰীৰ জব্দ তালিকা প্ৰস্তুত কৰাৰ লগতে অভিযুক্তৰ পৰা গোচৰটো নিষ্পত্তিৰ বাবে ধন দাবী কৰিবলৈ বৰাই তদন্তকাৰী বিষয়াজনক নির্দেশ দিছিল ৷ ইয়াৰ পাছতে গোঁহাইৰ অভিযোগৰ ভিত্তিত উৎপল বৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৬৭/১৮২/১৯৫/১৯৬/৩৮৯/৪০২/৪০৬ ধাৰাৰ অধীনত ধুলা আৰক্ষী থানাত  ১৪২/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰে ৷ এই সমগ্ৰ অভিযোগৰ তদন্ত কৰিবলৈ খাৰুপেটীয়া চার্কোল ইনস্পেক্টৰ অচ্যুত দত্তক দায়িত্ব অর্পণ কৰা হয় ৷ ইয়াৰে পাছতে মঙলদৈ আৰক্ষী থানাত সোধপোচ কৰাৰ অন্তত উৎপল বৰাক গ্ৰেপ্তাৰ কৰা হয় আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ ধৃত উৎপল বৰা ২০১১ বেটচৰ এছ আই ৷

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

‘আজিৰ পৰা আৰম্ভ ‘কমনৱেল্থ গেম্ছ ২০২২’

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
‘আজিৰ পৰা আৰম্ভ ‘কমনৱেল্থ গেম্ছ ২০২২’

‘আজিৰ পৰা আৰম্ভ ‘কমনৱেল্থ গেম্ছ ২০২২’

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7