VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ঘোষণা- যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2022
in মুখ্য সংবাদ
উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ঘোষণা- যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ আৰু যুদ্ধ কৰিবলৈ সাজু বুলি ঘোষণা কৰিছে ৷ ২০১৭ চনৰ পিছত উত্তৰ কোৰিয়াই  প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা চলাবলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে কিম জং উনে এইদৰে আমেৰিকাক সতর্ক কৰি দিছে ৷

২৭ জুলাইত কোৰিয়া যুদ্ধ বিৰতিৰ ৬৯ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত  ভাষণ প্ৰদান কৰি  কিমে এই মন্তব্য কৰে, যাৰ ফলত দুয়োখন কোৰিয়াৰ মাজত  কাৰিকৰীভাৱে এতিয়াও যুদ্ধ অব্যাহত আছে ৷ তেওঁ কয় –“যিকোনো সংকটৰ প্ৰতি সঁহাৰি জনাবলৈ আমাৰ সশস্ত্ৰ বাহিনী আৰু আমাৰ ৰাষ্ট্ৰৰ পাৰমাণৱিক যুদ্ধ প্ৰতিৰোধ  অস্ত্ৰ সম্পূৰ্ণৰূপে সাজু।“ ভাষণ প্ৰসংগতে আমেৰকাৰ কার্য-কলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি কিমে কয় “মই পুনৰবাৰ স্পষ্ট কৰি দিছো যে আমেৰিকাৰ সৈতে যিকোনো সামৰিক সংঘৰ্ষৰ বাবে উত্তৰ কোৰিয়া সম্পূৰ্ণ সাজু।“উত্তৰ কোৰিয়াই যোৱা কেইমাহমানৰ পৰা হাইপাৰছ’নিক মিছাইল আৰু ক্ষেপণাস্ত্ৰৰ পৰীক্ষা  সম্পন্ন কৰিছে ৷

ছিউল আৰু ৱাশ্বিংটনৰ বিষয়াসকলে ২০১৭ চনৰ পিছত উত্তৰ কোৰিয়াই  প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি কোৱাৰ পিছতে কিম জং উনে এই মন্তব্য কৰে ৷ আন্তঃকোৰিয়াৰ বিষয়সমূহ অধ্যয়ন কৰা  দক্ষিণ কোৰিয়াৰ এজন  মন্ত্ৰীয়ে মঙলবাৰে কয় যে বৰ্ষপূৰ্তিৰ সময়মতে এই  পাৰমাণৱিক পৰীক্ষা উত্তৰ কোৰিয়াই সম্পন্ন কৰাৰ “সম্ভাৱনা” আছে ৷ দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্ৰীয়ে বুধবাৰে কয় যে  উত্তৰ কোৰিয়াই এই পাৰমাণৱিকপৰীক্ষাত আগবাঢ়ি গ’লে অধিক শক্তিশালী নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

 

 

 

Previous Post

অসম আৰক্ষীৰ বৃহৎ সাফল্য

Next Post

‘বিক্ৰান্ত ৰোণা’ চলচ্চিত্ৰৰ প্ৰশংসাৰে পঞ্চমুখ দৰ্শক

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
‘বিক্ৰান্ত ৰোণা’ চলচ্চিত্ৰৰ  প্ৰশংসাৰে পঞ্চমুখ দৰ্শক

‘বিক্ৰান্ত ৰোণা’ চলচ্চিত্ৰৰ প্ৰশংসাৰে পঞ্চমুখ দৰ্শক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7